ক’ৰোনা মহামাৰীৰ লকডাউনৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰী সকলৰ স্কুল কলেজ বন্ধ হোৱাত ছাত্ৰ-ছাত্ৰী সকলে ঘৰতে বহি থাকিব লগিয়া হৈছে।তেনেহেন সময়তে ডিমাকুছি আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা, চমুকৈ ABSU য়ে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা সম্পৰ্কে অধিক সচেতন আৰু উৎসাহিত কৰিবলৈ ডিমাকুছি আৱাস্থা প্ৰেক্ষাগৃহত আজি সম্পূৰ্ণ ক’ভিড প্ৰট’কল অনুসৰণ কৰি প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীক একগোট কৰি motivational কাৰ্যসূচী অনুস্থিত কৰে.উক্ত অনুষ্ঠানট উপস্থিত থাকে ক্ৰমেওদালগুৰি জিলা সাধাৰণ সম্পাদ নিজোমছা বড়ো,ডিমাকুছি আঞ্চলিক এবছুৰ সভাপতি মনোজ বসুমতাৰিলগতে উপস্থিত থাকে এম বি বি এছ ডঃ আদিটি বড়ো,বঙাইগাওঁ কলেজৰ সহকাৰী অধ্যাপক ডঃ দৈথোন বড়োসহ ডিমাকুছি এবছুৰ সমূহ কৰ্মকৰ্তাৰ লগতে এন আই টি ৰাইপুৰৰ B.tech ৰনচাই বড়ো উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক উচ্চ শিক্ষা সম্পৰ্কে আৰু আত্মনিৰ্ভৰশীল হবলৈ কেনেদৰে শিক্ষা আহৰণ কৰা উচিত সেই সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত-বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰিলক্ষিত হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আমেৰিকাত সৰিয়হ তেলত ৰন্ধা-বঢ়া নিষিদ্ধ! সৰিয়হ তেলক লৈ কি সমস্যা পালে আমেৰিকাবাসীয়ে…
- বিশ্বৰ বজাৰলৈ অসমৰ আদা, হালধি, নেমুৰ ৰপ্তানিঃ ১০ মেট্টিক টন জৈৱিক আদা, ডুবাইলৈ প্ৰেৰণ কৰি কৃষিৰ ক্ষেত্ৰত আদৰ্শ দেখুৱাইছে মেৰাপানীৰ পদুম পথাৰ এগ্ৰ’ অৰ্গেনিক কোম্পানীয়ে…
- দেশৰ ৯ কোটি ২৬ লাখ কৃষকৰ বেংক একাউণ্টত আজি সোমাব PM কিষাণ নিধিৰ ধন…
- পুৰণিগুদাম ভেৰভেৰিৰ মহামৃত্যুঞ্জ্যই মন্দিৰত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ জন্মদিন পালন, কপিলী পাৰৰ সাত কিলোমিটাৰ মাঠাউৰি নিৰ্মাণৰ কাম আৰম্ভ!
- বাবী ভৰালী বৰুৱালৈ যোগ ভূষণ এৱাৰ্ড…
- বামুন্দীত হাতীমূৰা পাহাৰত ভূমিস্খলন, কথামপি প্ৰাণ ৰক্ষা এটি পৰিয়ালৰ…
- বোকাখাত “বি- ডিভিজন” ফুটবলত কল্যাণপূৰ ফুটবল ক্লাৱ আৰু গেলেকী যুৱক সংঘৰ জয়…
- উত্তৰ পূৰ্বাঞ্চলৰ আধ্যাত্মিক নেত্ৰী ব্ৰহ্মাকুমাৰী শীলাৰ মহাপ্ৰয়াণ…
- জটিল ৰোগত আক্রান্ত ৰাজ্যিক ফুটবল ৰেফাৰী,ক্ৰীড়াবিদ শান্তনু গগৈক আপোনাৰ সহায়ৰ প্ৰয়োজন
- পুনৰ ৰহা টোল গেটত অঘটন