August 8, 2021 মন্ত্ৰী অতুল বৰা ক’ভিড পজিটিভ Share FacebookTwitterWhatsAppTelegramKooEmail “মই মৃদু লক্ষণৰ সৈতে ক’ভিড-19 পজিটিভ ।যিসকলে মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকক মই অতি সোনকালে নিজকে পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছো,” মন্ত্ৰী অতুল বৰাই টুইট কৰে। ক’ভিড-19 পজিটিভ হোৱা কথা মন্ত্ৰী গৰাকীয়ে এটা টুইট যোগে সদৰি কৰে। Author: দৈনন্দিন বাৰ্তা Related Articles হাতীশিলা Eco-sensitive Zoneত বৃহৎ হোটেল নিৰ্মাণক লৈ জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কুটুম্ব সুৰক্ষা পৰিষদৰ দৈনন্দিন বাৰ্তা - July 14, 2026 তেজপুৰৰ হলেশ্বৰত বাইকসহ উদ্ধাৰ দুই যুৱকৰ মৃতদেহ দৈনন্দিন বাৰ্তা - July 14, 2026 ৰাজকীয় আদৰণি নৰ’ৱে দলটোকঃ কোৱাৰ্টাৰ ফাইনেলৰ পৰা ওলাই অহাৰ পিছতো আদৰণি দলটোক দৈনন্দিন বাৰ্তা - July 14, 2026