গোলাঘাটঅখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাটৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা যুৱ সমাজসেৱক অনুৰাগ চলিহাৰ নেতৃত্বত শনিবাৰে ইতিমধ্যে সেউজ মণ্ডলত প্ৰৱেশ কৰা গোলাঘাটত ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্য বিভাগৰ প্ৰতিজন চিকিৎসা কৰ্মীক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোক অসমীয়া জলপানেৰে আপ্যায়ন কৰে। বৰ্তমান ক’ৰ’ণা মুক্ত ঘোষণা হোৱা জিলাখনত তেওঁলোকে বিগত ২৮ দিনত কৰা সংগ্ৰাম তথা ত্যাগৰ মহানুভৱতাক কৃতজ্ঞতা জনায়। এই অনুষ্ঠানত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোলাঘাট নগৰ শাখাৰ সম্পাদক ৰণ্টু দত্ত, সাংগঠনিক সম্পাদক লাচিত মেধি, ছ’চিয়েল মিডিয়াৰ প্ৰমুখ সমীহ বৰা, সক্রিয় কাৰ্যকৰ্তা দেৱপ্ৰতীম গগৈ, মিত্ৰভজিত শইকীয়া, অভিনাশ দত্ত, অনিকেশ দত্ত, অনুৰাগ দত্ত, ভাৰতীয় জনতা যুৱ মৰ্চাৰ গোলাঘাট নগৰ সমিতিৰ সভাপতি অৰ্চন শৰ্মা, সাধাৰণ সম্পাদক আদিত্য মুখাৰ্জী, সক্ৰিয় কাৰ্যকৰ্তা বিকি শৰ্মা, সম্পৰ্ক নায়ককে প্ৰমুখ্য কৰি কেইবাজানো কাৰ্যকৰ্তা।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…