চাঁৰি বছৰ পূৰ্ৱে মাতৃহাৰা ২বছৰ পূৰ্ৱে পিতৃহাৰা ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বৰাখাট গাঁৱৰ বাসিন্দা নামক্ৰমে, মীৰা গুৰ, নিৰ্মালী গুৰ, হৰিপ্ৰীয়া গুৰ, নামৰ তিনি ঘাটমাউৰা কিশোৰীৰ কৰুণ কাহিনী খৈৰাবাৰীৰ সাংবাদিক অমৰজিৎ ৰাভাৰ দ্বাৰা প্ৰথমটো বাতৰি “দৈনন্দিন বাৰ্তাত,, প্ৰকাশ পোৱাৰ পিছত ক্ৰমান্বয়ে এটাৰ পিছত এটা সংবাদমাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ প্ৰায় ৫দিন পিছত আজি ওদালগুৰি জিলাৰ ৬৪ নং পানেৰি বিধানসভা সমষ্টি তথা ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বগপুৰি ভিচিডিচিৰ বৰাখাট গাঁৱৰ ৩ ঘাটমাউৰা কিশোৰীৰ ওচৰত জনপ্ৰতিনিধি খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ এম চি এল এ ভৱেন চন্দ্ৰ বড়োসহ বিজেপিৰ কৰ্মকৰ্তাৰ লগতে ৬৪ নং পানেৰি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভা সদনৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজে আহি কিশোৰী কেইজনীৰ সমস্যাৰ বুজ লোৱাৰ লগতে কিশোৰী কেইজনীৰ উন্নত শিক্ষা ব্যৱস্থা বহন কৰাৰ উপৰিও আৰ্থিক সহায় কৰি উজ্জ্বল ভৱিষ্যৎ গঢ়ি তুলাৰ দায়িত্ব বহন কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।যাক লৈ সচেতন মহলত এমচিএলএ ভৱেন চন্দ্ৰ বড়োসহ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ এনে মহানুভৱতাক ব্যাপক সন্তুষ্টি প্ৰকাশ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…
- শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…
- ৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…
- ৰাজ্যিক ফুটছাল চেম্পিয়ন গুৱাহাটী চিটী এফচিক প্ৰাইজমানী প্ৰদান…
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…