দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তপেলাই অন্তিমখন ইতিহাসীক বড়ো শান্তি চুক্তি বিটিআৰ চুক্তি,বিটিআৰ চুক্তিৰ দফাত উল্লেখিত এটা দফা , বিটিআৰৰ নিবনুৱা সমস্যা সমাধানৰ বাবে ৫০০০ বড়ো যুৱক-যুৱতিক পুলিচ পেৰামিলিটেৰিত নিযুক্তি দিব দিয়া হ’ব। “ফলস্বৰূপে বিটিআৰৰ প্ৰতিখন জিলাৰ প্ৰতিটো মহকুমাত আৰক্ষী অভিযন্তা পূৰ্ব নিযুক্তি প্ৰশিক্ষণৰ কেন্দ্ৰ স্থাপন কৰা হৈছে।সেই মৰ্মে আজি ওদালগুৰি জিলাৰ ভেৰগাঁওত ভেৰগাঁও মহকুমাৰ অন্তৰ্গত বড়ো শিক্ষিত যুৱক -যুৱতি সকলক পুলিচ পেৰামিলিটেৰি নিযুক্তিৰ পূৰ্বে প্ৰশিক্ষন দিয়াৰ উদ্দেশ্যৰে। নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভেৰগাঁও জিলা ইউ পি পিএল তথা প্ৰাক্তণ NDFB ৰ সহযোগত।পুলিচ, পেৰামিলিটেৰি প্ৰী ৰিকুইটমেন বা আৰক্ষী অভিযন্তা পূৰ্ব নিযুক্তিৰ প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভণী কৰে ।। ,ওদালগুৰি জিলা বড়ো ছাত্ৰ সন্থা চমুকৈ (ABSU)ৰ উপসভাপতি ৰবিন্দ্ৰ বড়োয়ে সঞ্চালনা কৰা সভাখনত উপস্থিত থাকে ক্ৰমে।””বিটিআৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়ো,’ভেৰগাও মহকুমাধিপতি দিপক ভূঞা,খালিং দুৱাৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ দিলিপকুমাৰ বড়ো,চামৰাং SSB কেম্বৰ ইন্সপেক্টৰ চচী শৰ্মা ভেৰগাঁও জিলা ইউপিপিএলৰ সভাপতি নন্দৰাম বড়োসহ উপস্থিত এবছুৰ সমূহকাৰ্যকৰ্তা উপস্থিত থকা অনুষ্ঠানত ভেৰগাও মহকুমা অন্তৰ্গত বড়ো যুৱক -যুৱতি সকলক পুলিচ পেৰামিলিটেৰিত নিযুক্তি সম্পৰ্কত উৎসাহ আৰু অনুপ্ৰেৰণা যগোৱাৰ লগতে বিটিআৰ চুক্তিৰ উল্লিখিত দফা ৰূপায়ণৰ ফলত বড়ো সকলৰ লগতে বিটিআৰত কিছুপৰিমাণে নিবনুৱা সমস্যাৰ সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…