বিশ্বনাথ মহকুমা আৱকাৰী বিভাগে অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰা বিৰুদ্ধে অভিযান। বৃস্হপতিবাৰে ৰাতিপুৱা প্ৰায় ৫ মান বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ গহপুৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখী গৈ থকা AS 25 CC8900 ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা উদ্ধাৰ কৰে আৱকাৰী দলটোৱে।উল্লেখযোগ্য যে অৰুণাচলী পৰা তেজপুৰ অভিমুখে এই ট্ৰাক খনত এই অবৈধ অৰুণাচলী সুৰা সমুহ সৰবৰাহ কৰা তথ্য লাভ কৰিছিল আৱকাৰী বিভাগে এই তথ্য ভিত্তিত অভিযান চলাই সুৰা সমূহ জব্দ কৰিবলৈ সক্ষম হয়।এই ট্ৰাক বিশ্বনাথ চাৰিআলি প্ৰতাপগড় চাহ বাগিচাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এৰি পলায়ন কৰা ফলত চালক জনক আটক কৰিবলৈ সক্ষম নহ’ল আৱকাৰীয়ে। ইফালে জব্দ কৰা ট্ৰাক খনৰ পৰা বিভিন্ন বেণ্ডৰ ২৫০ কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰে ।অভিযানৰ সময়ত উপস্থিত থাকে বিশ্বনাথ মহকুমা আকৱকাৰী বিভাগৰ উপ অধীক্ষক দ্বীপেন বৰা, বিশ্বনাথ মহকুমা আৱকাৰী পৰিদৰ্শন শৰৎ তমুং, চতিয়া চাৰ্কোলৰ সহ পৰিদৰ্শক জয়ন্ত বৰা ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…