মাৰ্ঘেৰিটা মহকুমাৰ কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাছাক জাতীয় বিদ্যালয় খেল পথাৰত লিডু বক্সিং একাডেমিৰ উদ্যোগত ১ মহীয়া প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হৈছে । প্ৰশিক্ষক প্ৰশিক্ষক বাবলু গড়ৰ নেতৃত্বত প্ৰদান কৰা হব বিনামূলীয়া বক্সিং প্ৰশিক্ষণ।উঠি অহা নব প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উপৰিও ভিতৰুৱা গাঁও সমূহৰ পৰা যুৱক-যুৱতী সকলক প্ৰশিক্ষণ দি ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে সফল কৰি তোলাৰ লগতে যাতে অসম তথা ভাৰতবৰ্ষৰ নাম বিশ্ব দৰবাৰত জিলিকাবলৈ সক্ষম হয় তাৰে প্ৰয়াস বুলি জানিবলৈ দিয়ে প্ৰশিক্ষক গৰাকীয়ে।এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে মাৰ্ঘেৰিটাৰ বিশিষ্ট ব্যৱসায়ী সুনীল গুৰুং , প্ৰশিক্ষক অৰুণ গড় ,ৰাষ্ট্ৰীয় খেলুৱৈ নৱনীতা মজুমদাৰ আৰু ৰশ্মি গড়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…