বৰ্তমান সময়ত নলবাৰী জিলাত অব্যাহত নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ । কিন্তু তেনে সময়তে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহকাৰীক নাকি লগাবলৈ সষ্টম হৈ আছে নলবাৰী আৰক্ষী । সেইমৰ্মে আজি নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত ৰুপীয়াবাথান আৰু চামতা চ’কত জিলা খনৰ উপ আৰক্ষী অধীক্ষক জিকি ৰানী মহন্তৰ নেতৃত্বত চলোৱা এক অভিযানত ৪ কেজি ২৫০ গ্ৰাম গাঞ্জা জব্দ কৰা হয় ৷ আনহাতে উক্ত গাঞ্জা সৰবৰাহ আৰু বিক্ৰী কৰা কাৰ্যত জড়িত বনমালী বৰ্মন ,নিৰঞ্জন চালৈ, ৰতন বৰ্মন আৰু ৰুবুল বৰ্মনক আটক কৰিবলৈ সক্ষম হয়৷ইপিনে উপ আৰক্ষী অধীক্ষক জিকি ৰানী মহন্তক সহযোগিতা কৰে চামতা পহৰা চকীৰ উপ পৰিদৰ্শক গোবিন্দ দাসে৷দীৰ্ঘদিনৰ পৰা চামতাকে ধৰি পশ্চিম নলবাৰীৰ বিভিন্ন প্ৰান্তত মদ গাঞ্জা আদিৰ অবাধ প্ৰচলন হৈ আহিছিল ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কোভিশ্বিল্ডৰ বাবেই মৃত্যু ঘটিছে আমাৰ কন্যাৰ, বিস্ফোৰক অভিযোগ কৰি এষ্ট্ৰাজেনেকাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ পিতৃ…
- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত কংগ্ৰেছ নেতা অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ…
- গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ল আমেথিঃ ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে…
- সামান্য সকাহঃ নিৰ্বাচনৰ মাজতে ৭ মে’ত কেজৰিৱালৰ অন্তৰ্ৱতীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে…
- সফলতাৰে পাঁচদিনীয়া আৱাসিক ‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি…
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা