ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বহুদিন ধৰি বন্দ্ধ হৈ থকা শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ অন্তৰ্গত দ্বিতীয় সৰ্ববৃহৎ দিকৰাই সপ্তাহিক বজাৰ আজিৰে পৰা খোল খালে। বজাৰখন খোল খোৱাৰ বাবে স্থানীয় সৰু সৰু বেপাৰী তথা দোকানীসকলৰ মূখত হাঁহি দেখা পোৱা গৈছে। অকল ইটাখোলাৰেই নহয় জিলাখনৰ বিভিন্ন প্ৰান্তৰ বেপাৰী তথা দোকানদাৰ ও গ্ৰাহক ৰাইজ বজাৰখনত উপস্থিত হৈ বেচা-কিনা কৰিবলৈ আহে। গতিকে বহুদিনৰ মূৰত বজাৰখন খোলাত বজাৰখনৰ মহলদাৰকে ধৰি সকলোৱে উৎফুল্লিত হৈ পৰা দেখা যায়। উল্লেখ্য যে এই বজাৰখনৰ ওপৰত নিৰ্ভৰ কৰি স্থানীয় বহুতো ক্ষুদ্ৰ ব্যৱসায়ীয়ে বজাৰখনত বেচা-কিনা কৰি সপ্তাহটোৰ বাবে নিজ নিজ পৰিয়ালৰ পোহ-পাল দি আছে। বিগত ছমাহ ধৰি ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বজাৰখন বন্দ্ধ হৈ আছিল।যাৰ ফলত এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজ নিজ পৰিয়াল পোহ-পাল দিয়াত বহু অসুবিধাৰ সন্মূখীন হবলগাত পৰিছিল । কিন্তু আজিৰে পৰা বজাৰখন খোল খোৱাত ৰাতিপুৱাৰে পৰা স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকল তথা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বেপাৰীসকলও গ্ৰাহক ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…
- মহাৰাষ্ট্ৰ কংগ্ৰেছে নিদিলে এজনো মুছলমান প্ৰাৰ্থী, দলৰ ভিতৰতে বিদ্ৰোহ আৰম্ভ…
- লোকসভা নিৰ্বাচনত পূৰ্বৰ তুলনাত কমিল ভোটদানৰ হাৰ, বিভিন্ন ঠাইত ভোট বৰ্জনৰ ঘটনা…
- বিশ্বত প্ৰথমবাৰৰ বাবে ছালৰ কৰ্কট ৰোগৰ ভেকছিনৰ সফল পৰীক্ষণ সম্পন্ন…