আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই মৃত্যু পত্নীহন্তা ৰামানুজ গোস্বামীৰ।
স্বাস্থ্য পৰীক্ষাৰ বাবে GMCHলৈ আনিছিল ৰামানুজক।
GMCHৰ পাহাৰৰ পৰা জঁপিওৱাৰ ফলতে মৃত্যু।
গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে।
আৰক্ষীক ঠেলি চলন্ত গাড়ীৰ পৰা জঁপিয়াইছিল ৰামানুজ গোস্বামীয়ে।
GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ সময়তে এই ঘটনা।
নৰকাসুৰ পাহাৰৰ মাজত পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে।

