চৰাইদেউ জিলা সাপেখাতীৰ পুলিবাৰী খেল পথাৰত পুলিবাৰী উদয়ন সংঘৰ উদ্যোগত আৰু চৰাইদেউ জিলা হেণ্ডবল সন্থাৰ সহযোগত এখনি ২২ দিনীয়া হেণ্ডবল প্ৰশিক্ষণ শিবিৰ শুভ উদ্বোধন কৰে । অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে উদয়ন সংঘৰ সভাপতি দিলীপ কুমাৰ গগৈয়ে । অহা ২৬ ছেপ্টেম্বৰত শেষ হব লগীয়া ২২ দিনীয়া প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰে চৰাইদেউ জিলা হেণ্ডবল সন্থাৰ সভাপতি পুস্পজ্যোতি গগৈয়ে।শতাধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰা প্ৰশিক্ষণৰ প্ৰশিক্ষক হিচাপে থাকে ৰাষ্ট্ৰীয় হেণ্ড বল খেলুৱৈ তথা প্ৰশিক্ষক ৰুপম ফুকন। উক্ত উদ্বোধনী অনুষ্ঠানত হেণ্ডবল সন্থাৰ উপসভাপতি পিনাক পানী ভট্ট , কাৰ্যকৰী সদস্য দেবেন ফুকন, মিন্টু বড়াৰ , লগতে ভূপেন শইকীয়া , ,ঘন ফুকনৰ লগতে ভালে সংখ্যক ক্ৰীড়া প্ৰেমী ৰাইজ উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- তৰমুজৰ লগতে বাকলিও উপকাৰী, এই ধৰণে ব্যৱহাৰ কৰিব পাৰি তৰমুজৰ বাকলি…
- আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা