টকীও অলিম্পিকত বক্সিংত ব্ৰঞ্জৰ পদক কৰি সমগ্ৰ দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলিনা বৰগোঁহাই বক্সিং ৰিংত নহয় যোৱা ২ ছেপ্তেম্বৰৰ নিশা মহানগৰীত চাইকেল উঠিল লাভলিনা। গুৱাহাটী মহানগৰীৰৰ গৰচুকস্থিত ৰোড ৰাইডাৰ নামৰ চাইকেল স্ব- ৰুমৰ স্বত্বাধিকাৰ মানিষ পড্ডাৰে আয়োজন সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি লাভ লিনাই কয় শৰীৰ স্বাস্থ্য আৰু সুৱল কৰি ৰাখিবলৈ চাইকেল চলাব পৰামৰ্শ দিয়ে । বহু ব্যস্ততাৰ মাজত লাভলিনাই গৰচুকৰ ৰোড ৰাইডাৰ নামৰ চাইকেল স্ব- ৰুমত উপস্হিত হয় জানিব দিয়ে নিজৰ বস্কিংৰ অনুশীলন যদি সোনকালে আৰম্ভ নকৰে তেনেহলে অসুস্থ হৈ পৰিব পাৰে সেয়েহে অতি সোনকালে নিজৰ অনুশীলন আৰম্ভ কৰিব বাংগালোৰত । উক্ত সম্বৰ্ধনা অনুষ্ঠানত লাভলিনাৰ শৰীৰ সুস্থ থকাৰ বাবে ৰোড ৰাইডাৰ নামৰ চাইকেল স্ব- ৰুমৰ স্বত্বাধিকাৰ মানিষ পড্ডাৰে 91 বেণ্ডৰ চাইকেল উপহাৰ দিয়ে ।। এই অনুষ্ঠান লাভলীনাই কয় অসম চৰকাৰে DPS পদ হিচাপে আগবঢ়োৱা সন্মান গ্ৰহণ কৰিব আৰু এইটো পদে লাভলীনাৰ খেলত কোনো ক্ষতি নকৰে বুলি জানিব দিয়ে। লগতে লাভ লিনাৰ মূল লক্ষ্য আগন্তুক খেলত অসম তথা ভাৰতৰ বাবে পদক অনাৰ । সোণৰ পদকৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব বুলি জানিব দিয়ে ।।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…