পশ্চিম নলবাৰী অঞ্চলৰ বৰনৰ্দ্দী নিৱাসী যুৱ সমাজকৰ্মী তথা স্হানীয় দতকুছি প্ৰাথমিক বিদ্যালয়ৰ সহকিৰী শিক্ষক অঞ্জন ডেকা(জিতু)ক অসমৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰোহণ আৰ্টিষ্ট গীল্ডে আৰোহণ মানৱ সেৱা বটাঁ ২০২১ প্ৰদান কৰিছে ৷ বৰনৰ্দ্দী পুজাখোলা নিৱাসী যুৱ সমাজকৰ্মী তথা শিক্ষক অঞ্জন ডেকা (জিতু)ই নিজৰ বিদ্যালয়ত শিক্ষাদান কৰি কাৰ্তব্য পালন কৰাৰ উপৰিও ক’ভিড অতিমাৰীৰ সময়ছোৱাত নিজা চুবুৰিৰ লগতে শিঈাদান কৰা বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলৰ উপৰিও দতকুছিৰ আৰ্থিকভাৱে অতি দুৰ্বল সকলো পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছিল ৷ শিক্ষকতাৰ লগতে নিস্বাৰ্থভাৱে সমাজসেৱা কৰিযোৱা বাবে আৰোহণ আৰ্টিষ্ট গীল্ডে ডেকাক আৰোহণ মানৱ সেৱা বটাঁ ২০২১ প্ৰদান কৰিছে ৷ কালি সুধাকণ্ঠ ড° ভূপেন হাজািকাৰ ৯৫ সংখ্যক জন্ম দিৱসৰ লগত সংগতিৰাখি গুৱাহাটীত এক গাম্ভীৰ্যপূৰ্ন আৰোহণ বটাঁ ২০২১ বটাঁ প্ৰদান অনুষ্ঠানত অঞ্জন ডেকাক এই বটাঁ প্ৰদান কৰিছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…