৮ছেপ্তেম্বৰত নিশা দূধৰ্ষ অপৰাধী দাওহাৰো বড়োৰ ভৰিত গুলিত আহত হৈ সিকিৎসাধীন হবলগীয়া হয়। আৰক্ষী সূত্ৰে প্ৰকাশ যে, আটকাধীন বড়ো আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই এনকাউণ্টাৰত আহত হয়। ওদালগুৰিৰ লগতে বাক্সা জিলাৰ কেইৱাখনো থানাত বড়োৰ বিৰুদ্ধে চলি আছিল আঠটাকৈ গোচৰ।বিশেষকৈ ধনদাবী কাৰ্যত মুৰৰ কামোৰণি হৈ পৰা বড়ো বিভিন্ন সংগঠনৰ নামত ধনদাবী কৰিছিল ।বড়োক কালি কাৰ্বি আংলঙৰ পৰা গ্ৰেপ্তাৰ কৰি আনিছিল ।নিশা বড়োৰ স্বীকাৰোক্তিৰ ভিত্তিত অস্ত্ৰ বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান।অস্ত্ৰ দেখুৱাবলৈ গৈ খৃষ্টানপাৰা অঞ্চলত আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলি চলাই আহত কৰে।ফলত আৰক্ষীৰ দুটাকৈ গুলিয়ে ভৰিত আঘাত কৰে বড়োৰ।ওদালগুৰি অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো, সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুমণি হাজৰিকাৰ নেতৃত্বত চলিচিল অভিযানৰ এই এনকাউণ্টাৰ।অৱশ্যে বড়োৰ পৰা কোনো অস্ত্ৰ উদ্ধা কৰিব পৰা নগল।আহত বড়োক প্ৰথমে ওদালগুৰি অসামৰিক চিকিৎসালয়ত কৰাৰ প্ৰাথমিক চিকিৎসাৰ অন্তত তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…