মৰিগাঁও জিলাৰ মায়ং ৰাজহচক্ৰ অন্তৰ্গত বালিমুখ নতুন বজাৰৰ হাৰ্ডৱেৰ ব্যৱসায়ী আফাজ উদ্দিনৰ এখন নতুন বলে’ৰ পিকাপ গাড়ী যোৱা নিশা দোকানৰ সন্মুখৰ পৰা চুৰি হৈছিল। উক্ত গাড়ী খন আজি পোৱাৰ ভাগত দৰং জিলাৰ বুঢ়া আৰক্ষী চকীয়ে তিনিটা চোৰ সহ গাড়ীখন আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে দৰঙৰ এটা চক্ৰৰ হাতত দুইলাখ টকাত বন্ধ বস্তী কৰি বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল ৷ উক্ত বলে’ৰ গাড়ীৰ চালক আশাদুল ইছলামো এই চক্ৰৰ লগত জড়িত থকা বুলি সন্দেহৰ আঁৰত জাগীৰোড থানাৰ আৰক্ষীয়ে সোধ পুচৰ বাবে বালিমুখ নতুন বজাৰৰ পৰা আশাদুলক আটক কৰে ৷ উল্লেখ্য যে ধৃত তিনিটা চুৰে ব্যৱহাৰ কৰা AS 01 GC 5678 নম্বৰৰ বলে’ৰ গাড়ীখন জাগীৰোড থানাৰ আৰক্ষীয়ে সম্প্রতি জব্দ কৰিছে। অৱশ্যে এই চুৰি কাৰ্যৰ লগত সংগতি ৰাখি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমৰ মুছলিম সম্প্ৰদায়ৰ ভোটাৰৰ আস্থা লোকসভাত তুলনামূলকভাৱে মুখ্যমন্ত্ৰীৰ প্ৰতি বৃদ্ধিঃ মিডিয়া মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ এচ’ছিয়েচ’নৰ জৰীপত প্রকাশ…
- সন্তানক মানুহ বনাওক, নহ’লে আপোনাক অনাথ আশ্ৰমত ৰাখিব!
- ৰাহুল গান্ধীক পাকৈত দবা খেলুৱৈ বুলি কোৱাৰ পিছতে বিশ্বশ্ৰেষ্ঠ দবাৰু কাস্পাৰোভে ক’লে ‘প্ৰথমে ৰায়বৰেলীত জিকক, তাৰ পিছত…’
- চতিয়াৰ পথ দুৰ্ঘটনাত নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীৰ চিনাক্ত…
- অন্ত পৰিল বৃহৎ পতনৰ সৈতে শ্বেয়াৰ বজাৰৰ সপ্তাহ…
- আমেথিৰ সলনি কিয় বাছি ল’লে ৰায়বৰেলী? বিজেপিৰ সমালোচনাৰ মাজতে মুখ খুলিলে ৰাহুল গান্ধীয়ে…
- খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক…
- অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী
- কোনোবা কালু, কোনোবা আলু, কোনোবা পাপ্পু! বলীউডৰ পৰিচিত তাৰকাসকলৰ অচিনাকি নাম, ঘৰত কাক, কি বুলি মাতে…
- জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৫গৰাকী জোৱান…