সাম্প্ৰতিক সময়ত চৰ্চাত থকা অতিকৈ ভয়াৱহ কৰোনা মহামাৰীৰ ওপৰত নিৰ্মান হল চুটীছৱি।নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰাজোলৰ উদীয়মান যুৱক জিন্টু শৰ্মাই নিৰ্মান কৰা চুটীছৱি খনৰ কাম আৰম্ভ হোৱাৰে দিনৰ পৰা অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে *কভিড-১৯* শীৰ্ষক ছুটীছৱি খন।কালি বৰাজোলৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত চুটীছৱি খন আনুস্থানিক ভাৱে মুকলি কৰিৱলৈ এখনি মুকলি সভাৰ আয়োজন কৰে জে.বি.এ মুভি হাউচে।অনুস্থানত উপস্থিত থাকি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদ চুটি ছৱিখন মুকলি কৰে।অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক আজিজুল ইছলাম, আৰ .এন . এ মিউজিক প্ৰডাক্সনৰ পৰিচালক নৱাৱুল ইছলাম,বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষা জুৰি ডেকা, ৰোমিঅ টিভিৰ পৰিচালক জিন্তু হাছানকে প্ৰমুখ্য কৰি ছুটীচৱি খনৰ লগত জড়িত কলা কৌশলী সকল।জিন্তু শৰ্মাৰ প্ৰযোজনা আৰু আল্টাফ হুছেইনৰ পৰিচালনাৰে নিৰ্মিত ছুটীছৱি খনক লৈ খুৱেই আশাবাদী জিন্তু শৰ্মা আৰু তেওৰ সহযোগীসকল।ইতিমধ্যেজেবিএ মুভি হাউচ নামৰ ইউটিউব চেনেলটোত মুকলি কৰা হৈছে ছুটীছৱি খন।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…