২০ ছেপ্তেম্বৰত ১৯৪২ চনৰ জাতীয় শ্বহীদ দয়াল দাস পাণিকা দেৱৰ ৭৯ সংখ্যক শ্বহীদ দিৱস উদযাপন সদৌ অসম পাণিকা সমাজ ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বাহিপুখুৰী চাহ বাগিচাৰ উপ শাখাৰ সহযোগত অনুষ্ঠিত হৈ যায় ৷উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ দয়াল দাস পাণিকাৰ নাতি বোৱাৰী মালতী পাণিকা, সন্দিয়া কাৰ্য্যসূচীত বন্তি প্ৰজ্বলন কৰে বিটিচিৰ এম চি এল এ দীপক মৌৰ দেৱ,সহযোগ কৰে শ্বহীদ দয়াল পাণিকাৰ নাতি বোৱাৰী মালতী পাণিকা, সদৌ অসম পাণিকা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভোলা পাণিকাই ৷ পুষ্পঞ্জলি অৰ্পন কৰে ওদালগুৰি জিলাৰ পাণিকা সমাজৰ সভাপতি বিনু পাণিকা দেৱ,শিক্ষক তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতি ৰামকৰন গোড় দেৱ,সমাজ সেৱক জীৱন ডেকা দেৱ,বাহিপুখুৰী VCDCৰ সভাপতি তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সম্পাদক লাধু লোহাৰ দেৱ,শিক্ষক তথা বুদ্ধি জীবি সমাজ সেৱক হেমন্ত মাহাতো দেৱ, সমাজ সেৱক জয় নাৰায়ণ মাহাতো, দেৱ,চাহ জনজাতি কল্যাণ বিভাগৰ ওদালগুৰি জিলাৰ সভাপতি কৈলাশ তাতি, লগতে উপস্থিত থাকে ৷অনুষ্ঠানটোত ওদালগুৰি জিলাৰ সম্পাদক দিলৰাজ পাণিকা,সাংগঠনিক সম্পাদক শিৱলাল পাণিকা, মাজবাট আঞ্চলিক পাণিকা সমাজৰ সভাপতি ভোলা দাস পাণিকা,সম্পাদক সত্য নাৰায়ণ পাণিকা,শ্যাম মুন পাণিকা আৰু দুয়ো ভাতৃ ছাত্র সংগঠ “আছা”আৰু আটছাৰ সভাপতি, সম্পাদক আৰু বহু সংখ্যক ৰাইজ অংশ গ্ৰহন কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…