মৰিগাঁও আৰক্ষীৰ ABI পৰীক্ষিত ডেকাৰজা আৰু জালুগুটি আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কল্প জ্যোতি বৰাৰ নেতৃত্বত চলিছিল এই অভিযান । অভিযান কাৰী আৰক্ষীৰ দলটোৱে সাতজন লোকক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা লোক কেইজনৰ বিৰুদ্ধে জালুগুটি আৰক্ষী পহৰা চকীত 388/21নম্বৰৰ এটা গোচৰ ৰুজো কৰি জেল হাজতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। আটক কৰা সাতজন ক্ৰমে বৰচকাবাহাৰ আৰব আলী আৰু চাহাবুদ্দিন, বগৰীতলাৰ জুলহাজ আলী, আইনুল হকগৰমাৰীৰ জেহিৰুল ইছলাম, ৰহডলাৰ ৰৌচন আলী আৰু ৰাজুল আলী।

