যি সময়ত ৰাজ্য খনত মানৱ সৰবৰাহ, বাল্য বিবাহ, শিশু শ্ৰমিক আদি দৰে শিশুৰ অপৰাধ জনীত কৰ্ম কাণ্ড সংঘটিত হৈ আহিছে এনে সময়য়তে জলপাইগুৰি চাইল্ডলাইনে ২১ছেপ্তেম্বৰত ওদালগুৰি চাইল্ডলাইনক গতাই দিলে জিলা খনৰ ভৈৰৱকুণ্ড থানাৰ অন্তৰ্গত মাজুৰগাওঁৰ নিবাসী পিতৃ লক্ষণ হাসদা আৰু মাতৃ বুদ্দিন হেমৰমৰ ১৫ বছৰীয়া কিশোৰীক।উল্লেখযোগ্য যে ৰৌতৰ নিবাসী বৰ্তমান মাজুৰগাওঁৰ সমন্ধীয়াৰ ঘৰত থকা বুদৰাই সুৰেইনে(২৭) কিশোৰী জনীক প্ৰেমৰ মায়াজালেৰে যোৱা মাৰ্চ মাহত কাম কৰাৰ চলেৰে জলপাইগুৰিলৈ পলুৱাই লৈ যায়।পিছত শিশু শ্ৰমিক আৰু বাল্য বিবাহৰ সন্দেহত জলপাইগুৰি আৰক্ষীয়ে লৰা জনক গ্ৰেপ্টাৰ কৰে আৰু ছোৱালী জনীক জলপাইগুৰি চাইল্ড লাইনক গতাই দিয়ে। জলপাইগুৰি চাইল্ডলাইনত কিশোৰী জনী আঠ মাহ থকা পিছত ২১ ছেপ্তেম্বৰত ওদালগুৰি জিলা শিশু সুৰক্ষা সমিতিত হাজিৰ কৰাই অভিভাৱক গতাই দিয়া হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…