নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যলয়ত আজি পুৱা সমাজ কল্যাণ বিভাগৰ সৌজন্যত পোষণ মাহ উপলক্ষে জন সজাগতা বৃদ্ধি বাবে বিশেষ বাছ পোষণৰ সম্পূৰ্ণ তথ্যৰে সমৃদ্ধ “পোষণ ওৱান হুইলছ” পোষণ বাছখনক আদৰণি জনায়।এই অনুষ্ঠানটি মুকলি কৰি ঘগ্ৰাপাৰ চি ডি পি অ’ অফিচৰ ভাৰপ্ৰাপ্ত বিষয়া- নাছৰিন চুলতানাই । ভাষণত চুলতানাই কয় অপুষ্টিৰ পৰা দেশক মুক্ত কৰাৰ অৰ্থে দেশৰ শিশু,কিশোৰ আৰু মহিলাসকলক পুষ্টিহীনতামুক্তা,সুস্থ আৰু সবল কৰিবলৈ বিগতবছৰসমুহৰ দৰে এইবেলিও পোষণ মাহ পালন কৰে।লগতে এই বিশষ বাছ পোষণৰ জৰিয়তে অসমত জন সজাগতা বৃদ্ধি পোষকতা কৰিছে বুলি সদৰী কৰে।অনুষ্ঠানত প্ৰকল্পটোৰ অন্তৰ্গত ১৪৩ টা অংগৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা, ছুপাৰভাইছাৰ ভাইজাৰ ক্ৰমে-ভানু দেৱী,বিনা মহন্ত,বিনীতা দেৱী,ৰোনুমি দেৱী,ভাৰতী মেধি,কাৰ্যালয়ৰ সহায়ক দীপক চৌধুৰী , কাৰ্যালয় সহায়ক চোহৰাৱ আলী, পোষণ অভিযানৰ খণ্ড প্ৰকল্প সহায়ক তপন ভট্টাচাৰ্য আদিয়ে অংশগ্ৰহণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…