১১ অক্টোবৰ ২০২০-২১ বৰ্ষৰ গোলাঘাটত হৈ যোৱা ১৯ বছৰৰ অনুৰ্দ্ধৰ আন্তঃজিলা জে কে বৰুৱা ট্ৰফী প্ৰথমবাৰৰ বাবে চেম্পিয়ন হৈ নলবাৰীলৈ গৌৰৱ কঢ়িয়াই অনা দলটিক কালি নলবাৰী নাট্যমন্দিৰত সম্বৰ্দ্ধনা জনোৱা হ’য় । বিশিষ্ট ক্ৰীড়া সংগঠক নগেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু নলবাৰী ক্ৰীড়া সন্থাৰ সম্পাদক মনোজ চৌধুৰীয়ে উদ্দেশ্য বাখ্যা কৰা সভাখনৰ আঁত ধৰে ক্ৰীড়া সংগঠক সত্যেন শৰ্মা আৰু চন্দন হালৈয়ে । সভাত অসম ক্ৰীকেট সন্থাৰ সাধাৰন সম্পাদক দেৱজিৎ শইকীয়া , প্ৰাক্তন সাধাৰন সম্পাদক বিকাশ বৰুৱা , বিশিষ্ট ক্ৰীড়া সংগঠক গনেশ তামুলী , প্ৰতীম হাজৰিকাই ক্ৰীড়াৰ ওপৰত বক্তব্য প্ৰদান কৰে । সভাত জিলা খনৰ কেবাগৰাকী ক্ৰীড়া সংগঠকসহ খেলুৱৈ নিশান্ত ভৰালীক সম্বৰ্দ্ধনা জনায় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…
- কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…
- আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বাবেই ৰাহুলে বাছি লৈছে ৰায়বৰেলী সমষ্টি, মোদীৰ কটাক্ষ…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…