যোৱা কালি মৰিগাঁও জিলাৰ লাহৰিঘাটৰ কাঠনি গাঁও পঞ্চায়ত AHSUS ফাউণ্ডেশ্যনৰ উদ্যোগত নঈ -ৰশ্মি নামৰ আচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ ছয় দিনীয়া কাৰ্যসূচীৰে এখন প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ কৰে। ভাৰতৰ চৰকাৰৰ নঈ-ৰশ্মি নামৰ আচনি খনৰ জৰিয়তে সংখ্যালঘু মহিলা সকলক কেনেদৰে সবলীকৰণ আৰু প্ৰৱল নেতৃত্বতৰ অধিকাৰী গড় দিব পৰা যায় তাৰ বাবেই ৬ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন কৰে। শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও AHSUS ফাউন্ডেশনৰ সঞ্চালক তথা মৰিগাঁও জিলাৰ জেষ্ঠতম সাংবাদিক, লেখক উপেন চন্দ্র ডেকা।AHSUS ফাউন্ডেশনৰ প্ৰধান সচিব আহাদ উল্লাহ হাজৰিকাই। ডিজিটেল প্ৰজেক্টৰৰ সহায়ত প্ৰশিক্ষণ কেন্দ্ৰ ৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থাকে কাঠনি গাঁও পঞ্চায়তৰ বহু কেইটা আত্ম সহায়ক গোট মহিলা সকলকৰ লগতে গাঁও পঞ্চায়ত খনৰ সভানেত্ৰী ৰৌজনিল ফাৰুকি। উল্লেখ্য যে স্বাস্থ্য সম্পর্কে সজাগতাৰ ওপৰতো মহিলা সকলক বিভিন্ন ধৰণৰ দিশা-পৰামৰ্শ আগবঢ়ায় আশা চুপাৰ ভাইজাৰ পাৰবিন চুলতানা আৰু গীতা ডেকাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই অঘটন…
- ৰাজনৈতিক দলসমূহে ভোটাৰক প্ৰলোভিত কৰা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ…
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…
- ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…
- Oppo গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ ! ভিয়েটনামত ‘A’ ছিৰিজৰ সৈতে OPPO A60 স্মাৰ্টফোন মুকলি…
- জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক…
- বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে কোকৰাঝাৰখন পিছ পৰি ৰৈছেঃ মন্ত্ৰী পীয়ূষ হাজৰীকা…
- বৰপেটাত বিৰোধীৰ কোনো অস্তিত্ব নাই, ইয়াত বিৰোধীয়েও নাজানে তেওঁলোকৰ প্ৰাৰ্থী কোন, ফণীভূষণ চৌধুৰী অসমৰ ৰাজনীতিৰ ভীষ্ম, এগৰাকী সুদক্ষ ব্যক্তিঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স ৭৫ হাজাৰ অতিক্ৰম…
- চেমিকণ্ডাক্টৰ জৰিয়তে চাউথ ইষ্ট এছিয়াৰ দুৱাৰ মুকলি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইঃ বিমল বড়া