চাপৰত পুনৰ এক চাঞ্চল্যকৰ ঘটনাবিয়াৰ প্ৰলোভনেৰে দুই মহীয়া অন্তসত্তা কৰিলে এজন লম্পদে । এই জনেই সেইজন লম্পট যি জনে পুৰ্বেও আৰু তিনিজনীৰ লগত কৰিছিল এনে ঘটনা । লম্পট জনৰ নাম শুকুৰ আলী । চাপৰৰ নিউ হাতিপোতাৰ মাজমজিয়াত এজনী দুখীয়া ঘৰৰ ছোৱালীক বিয়াৰ প্ৰলোভন দি শাৰীৰিক সৰ্ম্পক গঢ়ি তুলি গৰ্ভৱতী কৰিলে, সেই একেখন গাওঁৰে এই জন শুকুৰ আলী নামৰ নৰপিচাশেন্যায় বিচাৰি ভূক্তভোগীয়ে চাপৰ থানাত দাখিল কৰিলে এজাহাৰ নিতৌ ৰাজ্যত সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ দৰে ঘটনা । ঠক-প্ৰৱঞ্চকৰ জালত পৰি দিশহাৰা হৈ পৰিছে বহু নাৰী। এইবাৰ বিয়াৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি যুৱতীক প্ৰতাৰণা কৰাৰ এটা দুৰ্ভাগ্যজনক ঘটনা পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত নিউ হাতিপোতাৰ বানীয়াপাৰা ২য় খন্ড গাওঁত । এগৰাকী যুৱতীৰে প্ৰৱঞ্চনাৰে যৌন সম্পৰ্ক স্থাপন কৰি ২ মাহৰ অন্তসত্তা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সেই একে গাওঁৰে শুকুৰ আলী নামৰ এজন যুৱকৰ বিৰুদ্ধে। উল্লেখযোগ্য যে যুৱকজনে উক্ত ছোৱালী জনীৰ লগত প্ৰেমৰ চলনাৰে বিয়াৰ প্ৰলোভন দি শাৰীৰিক সৰ্ম্পক গঢ়ি তুলি গৰ্ভৱতী কৰে । পিছত যুৱক জনে ছোৱালী জনীৰ অন্তসত্তাৰ কথা জানিব পাৰি ছোৱালীজনীক গৰ্ভপাত কৰাৰ বাবে টেবলেট আনি দিয়ে যদিও ছোৱালীজনীয়ে টেবলেট খাবলৈ অমান্তি হয়। ইপিনে শুকুৰ আলী নামৰ যুবকজনে বেলেগ এজনী ছোৱালীৰ লগত বিয়া ঠিক হোৱাৰ খবৰ পাই ভৱিষ্যত জীবনৰ কথা ভাবি ছোৱালীজনী শুকুৰ আলীৰ ঘৰত উপস্থিত হয় যদিও ঘৰত উপস্থিত হোৱাৰ লগে লগে শুকুৰ আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে ছোৱালী জনীক গুৰুলাগুৰল কৈ প্ৰহাৰ কৰাৰ ফলত বেয়াকৈ ৰক্তপাত হবলৈ আৰম্ভ কৰে। অৱশেষত উপায়হীন হৈ ছোৱালীজনী আৰু তাইৰ পৰিয়ালে ন্যায় বিচাৰি চাপৰ থানাত এখন এজাহাৰ দাখিল কৰা দেখা যায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…