পোন প্ৰথমবাৰৰ বাবে অসমৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে দুৰ্গাপূজা উপভোগ কৰিবলৈ উপস্হিত হ’ল কোকৰাঝাৰ জিলাৰ লগতে নামনি অসমৰ ধুবুৰী জিলা লৈ। আজি দিনৰ ১-৪৫ মান বজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পাণবাৰীস্থ বিএছএফ কেম্পৰ হেলিপেডত হেলিকপ্টাৰেৰে অৱতৰণ কৰি পোনে পোনে বিটিআৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰীৰ ঐতিহ্যমণ্ডিত মা মহামায়া মন্দিৰত বিশেষ পূজা আগবঢ়ায়। পিছত মন্দিৰত দুপৰীয়া প্ৰসাদ গ্ৰহণ কৰে। তাৰ পাছত ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাজবাৰীৰ মাটিয়াবগস্থিত হাওয়া খানা পৰিদৰ্শন কৰাৰ লগতে গৌৰীপুৰ, ধুবুৰীৰ বিভিন্ন পূজা মণ্ডপত অংশ গ্ৰহণ কৰে। মুখ্যমুন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে পঞ্চায়ত ও গ্ৰামোন্নয়ণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিটিআৰৰ চিফ প্ৰমোদ বড়োৱে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কাকপথাৰৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী…
- সমকামিতাৰ বিৰুদ্ধে ইৰাকত নতুন আইন গৃহীত, সমকামীক বিহা হ’ব ১৫ বছৰৰ কাৰাবাস…
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স নিফ্টী দ্ৰুত গতিত বৃদ্ধি…
- হাৰিয়ানাত উদ্ধাৰ ৪০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি…
- যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক…
- শিমলুগুৰিত ট্ৰেক্টৰৰ চেপাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু…
- মৰিগাঁৱত নিৰ্বাচনৰ যোগ বিয়োগৰ চৰ্চাৰ মাজতে বিভিন্ন মহলত বিশেষ ভাৱে চৰ্চিত হৈছে জিলা খনৰ উপায়ুক্ত দেৱাশীষ শৰ্মা…
- তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব পাৰিবনেঃ কৰ্ণাটক কলেজৰ ছাত্ৰীৰ হত্যাক লৈ কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
- মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…
- ‘ভোটৰ বাবে ভুৱা উপাধি ব্যৱহাৰ কৰিছে গান্ধী পৰিয়ালৰ সদস্যই’: প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি ক’লে বিজেপি নেতাই…