পুৰোহিতৰ মন্ত্ৰোচাৰণ তথা ধাক ঢোলৰ শব্দৰে মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ তেনে সময়তে সংকীৰ্ণতা কিম্বা বিভেদৰ বিৰুদ্ধে সমন্বয় আৰু ভাতৃত্ববোধৰ এক অনুকৰণীয় ছবি প্ৰস্ফুটিত হৈছে শিমলীতোলা দুৰ্গাপূজা থলীত। পূৱ গোৱালপাৰাৰ নৱাগত শিমলীতোলত হিন্দু-মুছলমান উভয়ে মিলি পাতিছে ৬৪ সংখ্যক দুৰ্গাপূজা। কভিড প্ৰট’কল মানি এইবাৰৰ পূজাত উভয় সম্প্ৰদায়ে অনুষ্টুপীয়াকৈ উদযাপন কৰিছে পুজাখন। পূজাথলীৰ পৰাই উভয় সম্প্ৰদায়েৰে গঠিত পূজা কমিটিয়ে সমাজলৈ বিলাইছে এক ইতিবাচক মিলন বাৰ্তা। শিমলীতোলাৰ সাৰ্বজনীন দুৰ্গাপূজা স্থলীৰ পৰাই সমাজত অংকুৰিত হওক প্ৰেম ভাতৃত্ববোধৰ এক পৰিবেশ। স্মৰ্তৱ্য যে অকল পূজাৰ ক্ষেত্ৰতেই নহয় ঈদৰ পৰত হিন্দু সম্প্ৰদায়ৰ লোকেও কৰে পূৰ্ণ সহযোগ। নৱাগত শিমলীতোলাৰ পূজাৰ এই আদৰ্শই সমাজৰ প্ৰতিজনৰ মনলৈ এক প্ৰেম-ভাতৃত্বৰ ভাৱ অংকুৰিত হোৱাৰ কামনা কৰিলে উদযাপন সমিতিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…