মৰিগাঁও জিলা যোগাসন ক্ৰীড়াৰ ১ম বাৰ্ষিক উপলক্ষে যোগাসন প্ৰতিযোগীতা

মৰিগাঁও জিলা যোগাসন ক্ৰীড়ায়ে ১ম বাৰ্ষিক  যোগাসন প্ৰতিযোগীতা আয়োজন কৰে।ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান মন্ত্ৰালয়ৰ অনুমোদিত আৰু যোগাসন ক্ৰীড়া অসমৰ তত্বাৱধানত  মৰিগাঁও জিলা যোগাসন ক্ৰীড়ায়ে ১ম বাৰ্ষিক  যোগাসন প্ৰতিযোগীতা ১৭অক্টোৱৰ দিনা দিনজোৰা কায্যসূচীৰে ৰামেশ্বৰী সংঘ বিদ্যালয় লঠাবড়ী মৰিগাঁৱত অনুষ্ঠিত কৰে।কায্যসূচী অনুসৰি ৮ বজাত যোগাসন প্ৰতিযোগীতাত অংশ গ্ৰহণ  প্ৰতিযোগিৰ পঞ্জীয়ণ কৰা । ৯বজাত বন্তি প্ৰজ্বলন কৰে মুকুল বৰকাকতিয়ে।১০বজাত প্ৰতিযোগীতাৰ নিয়মাৱলী ঘোষণা কৰি প্ৰতিযোগীতা আৰম্ভ কৰে।

Related Articles