২ লাখ আই মাতৃক মেখেলা-চাদৰ আৰু ২ লাখ শিশুক কাপোৰ আগবঢ়াব বিজেপিয়ে।
এই প্ৰক্ৰিয়াটোৰ বাবে প্ৰয়োজন হ’ব ১২ কোটি টকাৰ।
ৰাজ্যৰ বিজেপি কৰ্মীসকলক বান সাহায্য আগবঢ়াবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
বিজেপিৰ দলীয় বেংক একাউণ্ট আৰু স্থানীয় বিধায়কৰ জৰিয়তে আগবঢ়াব পাৰিব সাহাৰ্যৰ ধন।
আজাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য।

