শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্ত’গত তথা বালিপৰাৰ সমীপবতী’ অকাবস্তিৰ পৰা কালি আৰখীয়ে এটা পিষ্টল , ৬ জাই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় । উল্লেখ যে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আলিমূদ্দিন আহমেদৰ নেতৃত্বত যোৱা আৰখীৰ দলটোৱে অভিযান চলাই উক্ত পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ কৰাৰ উপৰিও আকাশ আলি নামৰ এজন লোকক আটক কৰিছে । বিগত কিছুদিন ধৰি আকাশ আলিক আৰক্ষীয়ে বিচাৰি আছিল যদিও আকাশ আলি পলায়ন কৰি আছিল । অৱশেষত কালি আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে কিছুদিন পূৰ্বে ড্ৰাগচ মাফিয়া ৰুহুল আমিনক আটক কৰিছিল চাৰিদুৱাৰ আৰক্ষীয়ে আৰু ৰাহুলে আকাশ আলিৰ হাতত পিষ্টলটো লুকুৱাই ৰাখিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ পন্ঞ্জীভূক্ত কৰি তদন্ত অব্যাহত ৰাখিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…