১৯ অক্টোবৰৰ পৰা অসম চিকিৎসা সেৱা সন্থাই কৰি অহা দীৰ্ঘদিনীয়া নাৰ্য্য প্ৰাপ্তিৰ দাবী আৰু অসম স্বাস্থ্য সেৱা খণ্ডৰ সর্বাত্মক উন্নতিৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ওৰাঙত ৷চিকিৎসকৰ কেদাৰৰ পুনৰীক্ষণ আৰু পুননিয়োজনৰ ব্যৱস্থা কৰা* টাইম স্কেল পদোন্নতি ব্যৱস্থা কৰা স্বাস্থ্য খণ্ডৰ ক আৰু খ বিভাগৰ দৰমহাৰ বৈষম্য দূৰ কৰাৰ লগতে দুখীয়া ৰাইজৰ স্বাৰ্থত গতিশীল কৰা* নতুন মেডিকেল কলেজ স্হাপনৰ নামত জিলা চিকিৎসালয় সমূহ বন্ধ নকৰি টাৰচিয়াৰী কেয়াৰ হস্পিটেলৈ ৰূপান্তৰ কৰি ৰোগীক সৰ্বোত্তম চিকিৎসা প্ৰদানৰ লগতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীক জ্ঞান অৰ্জনত অধিক সুবিধা প্ৰদান কৰাইত্যাদিৰ লগতে মুঠ ১১দাবী উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে ।এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে ১৯ অক্টোবৰ ২০২১ ৰ পৰা ০৩ নবেম্বৰ ২০২১ লৈ চলি চলি থাকিব ৷উক্ত সময়ছোৱাত ১৯ অক্টোবৰ পুৱা ৮ বজাৰ পৰা ১১ বজালৈকে বহিঃভাগৰ ৰোগী অৰ্থাৎ নতুনকৈ ভৰ্তি হ’ব বিচৰা ৰোগীক চিকিৎসা কৰাৰ পৰা বিৰতিত থাকিব চিকিৎসক সকল। অহা ২২ , ২৭, ২৮ অক্টোবৰ আৰু ১, ২, ৩ নবেম্বৰত বহিঃভাগৰ ৰোগী অৰ্থাৎ নতুনকৈ ভৰ্তি হ’ব বিচৰা ৰোগীক চিকিৎসা কৰাৰ পৰা সম্পূৰ্ণ ৰূপে বিৰতিত থাকিব চিকিৎসক সকল । অৱশ্যে কোনো ৰোগীৰ জৰুৰীকালীন অৱস্থাত চিকিৎসা প্ৰদান কৰিব চিকিৎসক সকলে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নাবালিকাক বাল্য বিবাহ কৰাই দিয়াৰ বাবে কাজী মুন্সী মুকবুল হুচেইনক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ
- বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সীতা নৱমী উদযাপন…
- গোলোকগঞ্জৰ হালাকুৰাত জুম্মাৰ নামাজৰ পিছতেই মাটিক লৈ দুই ফৈদৰ মাজত মাৰ পিটৰ ঘটনা…
- ৪ তাৰিখলৈ অপেক্ষা কৰক, বেছি দিন নাই; সকলো স্পষ্ট হ’বঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
- নাজিৰাৰ গেলেকী মোডী নগৰ চাহ বাগিচাত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ…
- গৰম দিনত আমাৰ মনলৈ অহা প্ৰথম ফল নেমু! নেমু পানী খোৱাৰ আছে বহু উপকাৰিতা…
- আজিৰে পৰা মেঘালয়ৰ উমৰইত আৰম্ভ ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ…
- ৰাতিপুৱা শুই উঠি নাচাব এই ৫ টা বস্তু! গোটেই দিনটো বেয়া হ’ব…
- পশ্চিম কাৰ্বি আংলংঙৰ কান্দুলী সীমান্ত আৰক্ষী চকীত অসম আৰু মেঘালয়ৰ সীমান্ত শান্তি স্থাপন উদ্দেশ্য আলোচনা অনুষ্ঠিত…
- পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট…