বাংলাদেশত হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ তথা হত্যাৰ বিৰুদ্ধে গৰজি উঠিল মঙলবাৰে বিশ্বনাথ নগৰত হিন্দু জাগৰণ মঞ্চ অসম।
প্ৰতিবাদকাৰী সকলে বিশ্বনাথ নগৰৰ মাজমজিয়াত অবস্থান কৰি হিন্দুৰ ওপৰত চক্ৰান্ত বন্ধ কৰক,বাংলাদেশী হুছিয়াৰ,মৌলবাদী হুছিয়াৰ,শ্বেখ হাছিনা মূৰ্দাবাদ,হিন্দু সুৰক্ষাৰ ক্ষেত্ৰত বূদ্ধিজীৱী নিমাত কিয়, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিমাত কিয় আদি শ্লোগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে।উক্ত কাৰ্যসূচীত উপস্থিত থাকে হিন্দু জাগৰণ মঞ্চৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে আন আন বিষয়ববীয়া সকল।
বিশ্বনাথ নগৰৰ মাজমজিয়াত হিন্দু জাগৰণ মঞ্চ প্ৰতিবাদ

