ব্ৰিটিছ কালীন ৰাজধানী পাটাছাৰকুছিত ১৯০৯ চনতে আৰম্ভ হোৱা পাটাছাৰকুছি আঞ্চলিক দূর্গাপূজাত (১৪অক্টোবৰ)মহা নৱমী দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দূৰ্গা দেৱী ৰ আশিস লয়।পূজাস্থলীত দিনত ১১বজাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূজা ত শৰাই আগবঢ়াই আৰু উপস্থিত সকলক সম্বোধন কৰি সমষ্টি টোৰ সমস্যা সমাধান আগ্ৰহী বুলি উল্লেখ কৰি ঐতিহ্যমণ্ডিত পাটাছাৰকুছি বিদ্যাপীঠৰ আন্তঃগাথঁনি উন্নয়ন বাবে চৰকাৰে তিনি কোটি টকা ৰ অনুদান দিয়াৰ কথা উল্লেখ কৰি নিৰ্মীয়মাণ শিৱমন্দিৰ বাবে ও সম্ভৱপৰ সাহাৰ্য্য আগবঢ়োৱা কথা ঘোষণা কৰে।১২০বছৰ সম্পূৰ্ণ কৰা পাটাছাৰকুছি নিম্ন প্ৰাথমিক বুনিয়াদী বিদ্যালয়ৰ আন্তঃগাথঁনি উন্নীতকৰণৰ বাবেও প্ৰয়োজনীয় পুঁজি দিয়া হব বুলি আৰু শতবষ্ গৰকা পাটাছাৰকুছি আৰক্ষী থানা খন মৈত্ৰী আচঁনিৰ অধিনত নতুনকৈ নিৰ্মাণ কৰা হব বুলি ও মুখ্যমন্ত্ৰী গৰাকী য়ে দোহাৰে।মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰজিৎ কুমাৰ দাসেও পূজা ত আশিস লয়।এই উপলক্ষে অনুষ্টিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীক দূৰ্গা পূজা পৰিচালনা সমিতি কে ধৰি আন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বোধন জনায়।পৰিচালনা সমিতিৰ সম্পাদক কুশল ডেকা ই আঁত ধৰা এই অনুষ্ঠান পৰিচালনা সমিতিৰ সভাপতি হিৰেন শৰ্মা, বিশিষ্ট সমাজ কৰ্মী মুনীদ্ৰ নাৰায়ণ গোস্বামী, বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰী লগতে ভক্ত প্ৰাণ ৰাইজ উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…