ৰাজহুৱা পুখুৰীত সাতোঁৰৰ অনুশীলন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণপদক অৰ্জন কৰিলে গোলাঘাটৰ সাঁতোৰবিদে জনঞ্জয় শইকীয়াই। ক’ভিড পৰিস্থিতিত পুল বন্ধ হোৱা স্বত্তেও কিন্তু এই সাঁতোৰবিদ জনে বন্ধ কৰা নাছিল অনুশীলন । তেনে পৰিস্থিতিত গোলাঘাটৰ জ্যোতিনগৰত এক ৰাজহুৱা পুখুৰী খন্দাই নিজ সন্তানক সাঁতোৰৰ প্ৰশিক্ষণ দিছিল পিতৃয়ে আৰু এই পুখুৰীত অনুশীলন কৰিয়েই বাংগালোৰত Sports Federation of India ই অনুষ্ঠিত কৰা 37th Sub Junior and 47th Junior National Aquatic championship ত অংশগ্ৰহণ কৰি সাঁতোৰবিদ জনঞ্জয় শইকীয়াই। জনঞ্জয় শইকীয়াই ৫০ মিটাৰ বাটাৰফ্লাই শাখাত স্বৰ্ণপদক আজুৰি আনিবলৈ সক্ষম হয়।তাৰোপৰি,মাত্ৰ ৫১ ছেকেণ্ডৰ ব্যৱধানৰ বাবে ৰাষ্ট্ৰীয় অভিলেখৰ পৰা পিছ পৰি ৰয় সাঁতোৰবিদ জনঞ্জয় শইকীয়া।প্ৰশিক্ষক জ্যোতি বসুমতাৰীৰ তত্বাৱধানত জনঞ্জয় শইকীয়াই লাভ কৰিছিল প্ৰশিক্ষণ। বিজয়ী জনঞ্জয়ৰ সতীৰ্থ,অভিভাৱক তথা প্ৰশিক্ষকৰ দাবী,চৰকাৰে অতিশীঘ্ৰে খুলি দিয়াৰ ব্যৱস্থা কৰক ৰাজ্যৰ চুইমিং পুল সমূহ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…