উত্তৰ-পূৱ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ- জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘ ওদালগুৰি জিলা শাখাৰ সপ্তদশ বাৰ্ষিক আই-মাতৃ-যুৱ সমাৰোহ, গুৰু আসন প্ৰতিষ্ঠা দিৱস আৰু ৫৭৩ সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱটি ২৭ অক্টোবৰত হৈ যায় ওৰাঙৰ নিকটবৰ্ত্তী ধনশ্ৰীঘাটস্থিত জিলা শাখাৰ কেন্দ্ৰীয় নামঘৰত দিনজোৰা ভক্তিময় কাৰ্যক্ৰমণিকাৰে আয়োজিত এই অনুষ্ঠানৰ শুভ অনুষ্ঠানটো ৰাতিপুৱা ৫ বজাত নিৰ্মোহ বৈষ্ণৱ তথা নামঘৰীয়া মেনাৰাম ৰাভাৰ পৰিচালনাত প্ৰাত:প্ৰসংগৰে হৈ যায় ।ইয়াৰ পিছতে ক্ৰমে মূলৰ সদস্য বিষ্ণু ঠাকুৰীয়াৰ দ্বাৰা বৃক্ষ ৰোপন, জিলা শাখাৰ সভাপতি শশীন্দ্ৰ মোহন নাথৰ দ্বাৰা ধৰ্মধ্বজা উত্তোলণ,সামৃহিক নাম প্ৰসংগ,সাহিত্য আৰু সংস্কৃতি শাখাৰ প্ৰতিযোগিতা আৰাম্ভ কৰা হয় ৷ অপৰাহ্ন ২ বজাত অনুষ্ঠিত হ’ব জিলা শাখাৰ সভাপতি শশীন্দ্ৰ মোহন নাথৰ পৌৰহিত্যত তথা মূলৰ প্ৰাক্তন সদস্য লংকেশ্বৰ ডেকাৰ উদ্বোধনেৰে মূল ধৰ্মালোচনা সভা ।বক্তাৰ আসনত থাকিব অগ্ৰণী ভক্তপ্ৰাণ ব্যক্তি ক্ৰমে ধীৰেন্দ্ৰ শইকীয়া , পূৰ্ণৰাম ডেকা , মৃণাল কলিতা ,কুন্তী বৰা (আই বক্তা) আৰু মুখ্য অতিথি হিচাপে মুলৰ প্ৰচাৰক মনিৰাম দাস আদি সকল উপস্থিত থাকি অনুষ্ঠানটো সৌষ্ঠৱ আগবঢ়ায় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…
- গ্ৰীষ্মকালত এই ৫ বিধ শাক-পাচলি কিনিবলৈ নাপাহৰিব, শৰীৰ ঠাণ্ডা ৰখাৰ লগতে পেটৰ বিষ কমায়…
- তামাৰহাটত দুৰ্ঘটনাত যুৱকৰ মৃত্যুক লৈ অব্যাহত চেপা উত্তেজনা ! ২৪ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল তামাৰহাট-হাতীধুৰা বজাৰ…
- কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান…
- বিদেশত পুনৰ অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠান! অতিথি তালিকাত কোন কোন আছে…
- কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি বিশিষ্ট সমাজ সেৱক চুম ৰংহাংৰ দেহাৱসান…