ৰঙিয়াৰ মহখলীস্থিত দক্ষিণ পশ্চিম ৰঙিয়া কৃষ্টি বিকাশ কেন্দ্ৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি একতা দিৱস ৰূপে পালন কৰা হয় ।গুৱাহাটী মালিগাও নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত পুঠিমাৰী সমৃদ্ধি বেচৰকাৰী সংস্থা ৰ সহযোগ ত অনুষ্ঠিত কাৰ্যসূচী ত অংশগ্ৰহণ কৰা নেহৰু যুৱ কেন্দ্ৰৰ বিষয়া ৰূপনাথ দাস ,স্বেচ্ছাসেৱক ৰঞ্জন হাজৰিকা ,প্ৰশিক্ষক হীতেন্দ্ৰ শৰ্মা ,ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী অমূল্য বৈশ্য,ৰঙিয়া মহাবিদ্যালয়ৰ কৰ্মচাৰী অংকুৰ বড়োক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।আনহাতে অনুষ্ঠানত কৃতি ছাত্ৰ পদ্মনাথ দাসেও বক্তব্য ৰাখে ।উল্লেখযোগ্য যে সংস্থা টোৰ উদ্যোগত ১ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ লৈ বিভিন্ন স্থানত স্বচ্ছ অভিযান কাৰ্যসূচী ও ৰূপায়ন কৰা হয় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…