হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙত ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰৰ উদ্যোগত লামডিঙ স্বহীদ ফিল্ডত সোমবাৰৰ পৰা প্ৰাইজমাণী ও ৰানিং ট্ৰফীৰ নকআউট ফুটবল খেলৰ শুভাৰম্ভ হয়। দুপৰীয়া ভাগত ফুটবল খেলৰ শুভাৰম্ভ হয়। খেলখনৰ মূখ্য অতিথিৰূপে খেলৰ শুভাৰম্ভ কৰে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, প্ৰাক্তন ফুটবল খেলোৱাৰ চন্দ্ৰ শেখৰ,লামডিঙৰ এজন যুৱ সমাজ কৰ্মী অনিমেষ মিশ্ৰ, প্ৰাক্তন খেলোৱাৰ পিন্টু মজুমদাৰ,লামডিঙ এফ আৰ ইউ চিকিৎসক ৰবিশ্বৰ ঘোষ, মিৰা মিশ্ৰ,লামডিঙ বিজেপিৰ টাউন মণ্ডলৰ সভাপতি দেৱাশিস গুপ্ত, জয়ন্ত দাস, লক্ষী দাসৰ লগতে সমাজৰ বিশিষ্ট বিশিষ্ট বেক্তি উপস্থিত থাকে।
ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ফুটবল টিম যোগদান কৰিছে এই খেলখনত ইতিমধ্যেই মোট 16 গৰাকী ফুটবল টিম যোগদান কৰিছে।শুভাৰম্ভ খেলখনত ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰ বনাম এ পি টি এফ আৰু খেলখনৰ প্ৰথম দিনৰ ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰ দিলে 3 গোল আৰু এ পি টি এফ দিলে 2 গোল।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…