তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত বাক্সা জিলা হেণ্ডবল এছোচিয়েছনৰ উদ্যোগত জুনিয়ৰ আৰু ছাব জুনিয়ৰ পৰ্যায়ৰ লৰা আৰু ছোৱালীৰ একৈশ দিনীয়া প্ৰশিক্ষণ শিৱিৰৰ আজি সফল সামৰণি পৰে । বাক্সা জিলা হেণ্ডবল এচোছিয়েছনৰ সম্পাদক আলাউদ্দিন আহমেদৰ তত্বাৱধানত কুমাৰীকাটাৰ কণিষ্ঠ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত একৈশ দিনীয়া প্ৰশিক্ষণ শিৱিৰটোত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে চাঞ্জা ৰাম বসুমতাৰী আৰু মীনা বড়োৰ সহযোগত এন আই এছ( NIS) ৰ প্ৰশিক্ষক অজিত সিঙে। আজি অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ মাজতে দুখন প্ৰদৰ্শনী খেলৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰসমূহ বিতৰণ কৰা হয়। বাক্সা জিলা হেণ্ডবল সন্থাৰ সম্পাদক আলাউদ্দিন আহমেদে আঁঁতধৰা সভাত প্ৰমাণ পত্ৰ সমূহ বিতৰণ কৰে কুমাৰীকাটা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষা বিভা ৰাণী নাৰ্জাৰী, বাক্সা জিলা হেণ্ডবল এচোছিয়েছনৰ সভাপতি অনিল দাস আৰু প্ৰশিক্ষক অজিৎ সিঙে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…