অসমৰ বিহুনৃত্য প্ৰৰ্দশন হ’ল ভূপালত ।অসমৰ এক শিল্পীৰ দলে ভূপালৰ এক সাংস্কৃতিক কাৰ্যসূচীত প্ৰৰ্দশন কৰে বিহু নৃত্য। অসমৰ বিহুনৃত্য উপভোগ কৰি আপ্লুত হৈ পৰে ভূপালবাসী ।ভূপালত যোৱা ১১ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব লগা থকা “সংস্কৃতি আৰু প্ৰকৃতি” শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানত অসমৰ হৈ অংশগ্ৰহণ কৰিলে নগাঁৱৰ “সুত্ৰধাৰ” নামৰ অনুষ্ঠানটোৱে। অসমক প্ৰতিনিধিত্ব কৰা একমাত্ৰ দলটিয়ে উক্ত অনুষ্ঠানত অসমীয়াৰ স্বাভিমান বিহু পৰিৱেশন কৰাৰ লগে লগে উপস্থিত সকলো উৎফুল্লিত হৈ পৰে ।অসমৰ বিহুক ভূপালৰ সাংস্কৃতিক কাৰ্যসূচীত প্ৰৰ্দশন কৰি নগাঁৱৰ “সুত্ৰধাৰ” নামৰ অনুষ্ঠানটোৱে বিহুক চিনাকী কৰি দিয়াৰ যি প্ৰচেষ্টা চলাইছে সেইবাবে এতিয়া সমগ্ৰ অসমৰ লগতে নগাঁৱবাসী উৎফুল্লিত হৈ পৰিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নতুন নিয়মঃ এখন বিয়াত এবিধতকৈ অধিক ব্যঞ্জন প্ৰস্তুত নকৰাই ভাল! নিয়ম কঠোৰভাৱে বলবৎ হ’ব…
- ৪০০ বছৰীয়া পুৰণি মন্দিৰত সিদ্ধাৰ্থৰ সৈতে গোপনে বাগদান অদিতিৰ! গোপন এংগেজমেণ্টৰ আঁৰৰ কাহিনী জানক…
- নাৰিকল তেলঃ ৰন্ধা-বঢ়াৰ পৰা সৌন্দৰ্যলৈকে, কিয় নাৰিকল তেল আপোনাৰ বাবে অতি উপকাৰী জানেনে…
- দক্ষিণ ব্ৰাজিলত প্ৰচণ্ড বৰষুণৰ ফলত ১০ জনৰ মৃত্যু! ২১জন নিৰুদ্দেশ…
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…