প্ৰধান মন্ত্ৰী ফৰ্মেলাইজেচন অফ ফুড প্ৰচেছিং এণ্টাৰপৰাইজৰ আঁচনিৰ অধীনত আত্মসহায়ক গোটলৈ বীজ মূলধন প্ৰদানৰ এক অনুষ্ঠান আজি সাপেখাতী গাওঁ পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত হয় । এনাজৰী মণ্ডলৰ সভানেত্ৰী ৰুবী ভূঞাৰ সভানেত্ৰীত্বত অনুষ্ঠিত হোৱা সভাত অসম ৰাজ্যিক জীৱিকা অভিযান সাপেখাতী খণ্ড পৰিচালনা শাখাৰ পৰিচালক বিপ্লৱ গগৈ আৰু খণ্ড সমন্বয়ক দেৱজিত কলিতা উপস্থিত থাকি ১২ গৰাকী গ্ৰাম্য সংগঠনৰ সদস্যাক ব্যক্তিগত লোণ প্ৰদান কৰে । উক্ত অনুষ্ঠানত এনাজৰী মণ্ডলৰ সম্পাদিকা কুঞ্জ গগৈ, উপসভানেত্ৰী মনোমতী ফুকন ,হিচাপ পৰিক্ষক ৰূপজ্যোতি গগৈ জীৱিকা সখী বন্তি বৰগোঁহাইৰ লগতে কেইবাটাও গ্রাম্য সংগঠনৰ জীৱিকা সখীৰ লগতে কেইবাগৰাকীও সদস্যা উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অগপৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী অতুল বৰাই…
- উজনি অসমৰ উত্তৰপাৰ-দক্ষিণপাৰৰ যাতায়তত যমৰ যাতনা ভুগিব লগা হৈছে ৰাইজ ! পথছোৱা শীঘ্ৰে মেৰামতিৰ দাবী বিভিন্ন সংগঠনৰ…
- চি বি এছ চি’ৰ মেট্ৰিকত ৯৬.২ শতাংশ নম্বৰৰে উজ্জলিল চিলাপথাৰৰ জুবীৰাজ সোনোৱাল…
- বাল ৰক্ষা ভাৰতৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত চৰকাৰী আঁচনি- শিক্ষাৰ্থীৰ যাৱতীয় নথি-পত্ৰৰ বাবে অনলাইন সেৱা শিৱিৰ সম্পন্ন…
- দেশলৈ ঘূৰি আহিব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতি অভিযুক্ত প্ৰজ্জ্বল ৰেভান্না…
- বনজুইঃ উত্তৰাখণ্ডৰ চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ, অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া-কৰ্মচাৰীক কিয় নিৰ্বাচনী কামত ব্যৱহাৰ কৰা হৈছিল?
- প্ৰতিবাদলৈ কেৰেপ নকৰিলে চৰকাৰেঃ দেশত কাৰ্যকৰী কৰা হ’ল কা, প্ৰথমবাৰৰ বাবে ১৪ জন আৱেদনকাৰীয়ে কাৰ অধীনত লাভ কৰিলে নাগৰিকত্ব…
- আৰইচি লিমিটেডৰ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিলে হৰ্ষ বাৱেজাই…
- মানি লণ্ডাৰিং গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমক…
- বৃদ্ধি পাইছে গৰমৰ তাপ মাত্ৰা! গাড়ী চলাওঁতে হাৰ্ট এটেক কিয় আহে, যদি শৰীৰত এই লক্ষণসমূহ দেখা দিয়ে তেন্তে সাৱধান হওক…