অষ্ট্ৰিয়াই টিকাকৰণ নোহোৱা লোকসকলৰ ওপৰত লকডাউন আৰোপ কৰাৰ কেইদিনমান পিছতেই, সোমবাৰৰ পৰা অষ্ট্ৰিয়াত সম্পূৰ্ণ লকডাউন ঘোষণা।চেঞ্চেলৰ আলেকজেণ্ডাৰ শ্বালেনবাৰ্গে কৈছে যে এই লকডাউন সৰ্বাধিক ২০ দিন চলিব আৰু ১ ফেব্ৰুৱাৰী ২০২২ ৰ পৰা টিকাকৰণ কৰাৰ আইনী প্ৰয়োজনীয়তা থাকিব আন বহুতো ইউৰোপীয় দেশে ঘটনা বৃদ্ধি হোৱাৰ লগে লগে প্ৰতিবন্ধকতা আৰোপ কৰিছে। পশ্চিম অষ্ট্ৰিয়াৰ এটা ৰিজৰ্টত অষ্ট্ৰিয়াৰ ন খন প্ৰদেশৰ ৰাজ্যপালসকলক সাক্ষাৎ কৰাৰ পিছত শ্বালেনবাৰ্গে কয়, “আমি পঞ্চম ঢৌ নিবিচাৰো।শেহতীয়া পৰিসংখ্যাই দেখুৱাইছে যে যোৱা সপ্তাহত প্ৰতি ১০০০০০ লোকত ৯৯০৭ টা ঘটনাৰ হাৰ দেখা গৈছে, আৰু স্বাস্থ্য মন্ত্ৰী উলফগাংই কৈছে যে লকডাউন আৰোপ কৰাটো এটা “অন্তিম উপায়”।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি বিশিষ্ট সমাজ সেৱক চুম ৰংহাংৰ দেহাৱসান…
- কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী…
- চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ এনপিএৰ পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ নমাই অনাৰ পৰিকল্পনা ইউকো বেংকৰ…
- বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ…
- ওৰাং আৰক্ষীৰ সফলতা, চামুগুৰিৰ টেকেলীপোটা গাঁৱৰ পৰা গভাইত চোৰক গ্ৰেপ্তাৰ…
- মূৰৰ বিষ, কঁকালৰ বিষ আৰু মানসিক স্বাস্থ্যৰ সমস্যা বেছি মহিলাৰ! পুৰুষতকৈ মহিলাৰ স্বাস্থ্য অতি দুৰ্বল…
- বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ…
- নেপালৰ নতুন ১০০ টকীয়া নোটত অন্তৰ্ভুক্ত কৰা হ’ব বিবদমান ভূমিৰ মানচিত্ৰ…
- এই ৫ টা বস্তু গাখীৰৰ সৈতে নাখাব, উপকাৰৰ পৰিৱৰ্তে অপকাৰ হ’ব…
- জোনাই-চিলাপথাৰ প্ৰেছ ক্লাবৰ সংবাদকৰ্মীৰ গছপুলি ৰোপন প্ৰকৃতি সেউজীয়া কৰণৰ লক্ষ্য ! TMPKৰ ডেৰমহীয়া বৃক্ষপুলি ৰোপন কাৰ্যসূচী…