পৰীক্ষা দিবলৈ গৈ সন্ধানহীন এজন যুবক পৰীক্ষা দিবলৈ গৈছিল দক্ষিণ বইটামাৰী হাই মাদ্ৰাছাতযুবক জনৰ নাম ছামিম আকন্দ বুলি জানিব পৰা গৈছে উল্লেখ্য যে বঙাইগাও জিলাৰ ঢাকনাবাৰীৰ বাসিন্দা আব্দুল মান্নান আকন্দৰ একমাত্ৰ পুত্ৰ ছামিম আকন্দ নামৰ যুবকজনে যোৱা মঙলবাৰ দিনা পৰীক্ষা দিবলৈ দক্ষিণ বইটামাৰী হাই মাদ্ৰাছা স্কুললৈ যায়।জানিব দিয়া মতে যুবকজনক তেওঁৰ দেউতাকে চাইকেলেৰে স্কুলৰ সন্মূখত থৈ আহে কিন্তু পৰীক্ষা শেষ হোৱাৰ পিছত যুবক জন উভতি নহাত পৰিয়ালৰ লোকে চিন্তিত হৈ পৰে পিছত আত্মীয় আৰু ওচৰ চুবুৰীয়াৰ ওচৰত খবৰ কৰিবলৈ আৰম্ভ কৰে ।বৰ্তমান উক্ত ছামিম আকন্দ নামৰ যুবক জন কত আৰু কি অৱস্থাত আছে পৰিয়ালৰ লোকে এতিয়ালৈকে কোনো শুং সুত্ৰ নোপোৱাত উপায় হীন হৈ অৱশেষত বইটামাৰী উপ আৰক্ষী চকীত এখন জাননি দাখিল কৰে । যদি কোনো সদাশয় ব্যাক্তিয়ে ছামিম আকন্দ নামৰ যুবকজনৰ অনুসন্ধান লাভ কৰে তেন্তে 6001392183 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…