২১নবেম্বৰত ওদালগুৰি জিলাৰ অন্তৰ্গত ওৰাং প্ৰাথমিক বিদ্যালয়ত ওৰাং বিষ্ণুজ্যোতি মহিলা ও শিশু বিকাশ সমিতিৰ উদ্যোগত এখনি লেখিকা শাখা সমিতি গঠন কৰা হয় । উক্ত সভাখনত খনৰ সভাপতিত্ব কৰে সমিতিৰ সভানেত্ৰী দীপালী শৰ্মাই ।সভাৰ উদ্দেশ্য বাখ্যা কৰে বিজয়া বৰঠাকুৰ বৰাই । ওৰাং প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা উক্ত সভাত লোৱা প্ৰস্তাৱ মৰ্মেবিজয়া বৰঠাকুৰ বৰাক সভানেত্ৰী , ময়ুৰাক্ষী বৰদলৈক সম্পাদিকা ,ৰেণু মাহাতোক উপ সভানেত্ৰী , মালা নাথ সহ সম্পাদিকা , সাংস্কৃতিক সম্পাদিকা বন্দনা শইকীয়া , সহঃ সম্পাদিকা প্ৰনতি দেৱী ,প্ৰচাৰ সম্পাদিকা বনলতা শৰ্মা ,সহঃ সম্পাদিকা লিপিকা মাহাতো আৰু হিচাপ পৰীক্ষক -দীপালি শৰ্মা , ধন ভড়ালী -গীতাঞ্জলি বৰুৱা আৰু সদস্য ক্ৰমে -মালতী দেৱী ,লক্ষ্মী ছেত্ৰী , বৰ্ণালী চহৰীয়া , অনুপমা দেৱী ,মিতালী শৰ্মা ,মিতালী ইছলাৰী আদিত দায়িত্ব অৰ্পণ কৰা হয়লগতে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ ৰুনিমা শৰ্মা ডেকাই লেখিকা সমাৰোহত গঠনমুলক আৰু সৃষ্টিশীল দিহা পৰামৰ্শ আদি দিয়ে ৷আৰু কেইবাগৰাকীও সদস্যা -অনিমা চহৰীয়া,হিৰামনি ভদ্ৰ,মনিমালা বৰুৱা,কল্যাণী ডেকা, আৰু উপদেষ্টা হিচাপে সভাই অভয়া শৰ্মা,মাননী শৰ্মা,বিনা ছেত্ৰী,আদিক বাচনি কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…
- কলপাতত প্ৰসাদ আগবঢ়াওক, দৰিদ্ৰতা দূৰ হ’ব! জানি লওক নিয়ম…
- গভীৰ নিশা ৰাতিৰ আহাৰ কিয় এৰাই চলিব লাগে জানেনে? আছে ৪টা ডাঙৰ কাৰণ…
- আহমেদাবাদৰ বিদ্যালয় কৰ্তৃপক্ষলৈ সন্ত্ৰাসৰ ভাবুকি ভৰা ই-মেইল…
- ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ পুনৰ যাব মহাকাশলৈ…