ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ধনশ্ৰী চাহ বাগিছাৰ চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্রত ১৯ নৱেম্বৰ ২০২১তাৰিখলৈ ভেকচিনেচন কাৰ্যসূচী সুচাৰু ৰূপে সম্পূৰ্ণ কৰিলে আনহাতে আজি ধনশ্ৰী চাহ বাগিছাৰ ঘৰে ঘৰে গৈ ১৯গৰাকীক প্ৰথম পালি ভেকচিন প্ৰদান কৰে আৰু যি সকল ব্যক্তিয়ে ভেকচিনেচন কেন্দ্ৰত আহিব পৰা নাই ,যেনে পক্ষাঘাত ৰোগী , মানসিক ভাবে বিকাশ গ্ৰষ্ট, ৮০ ,৯০ বছৰ বয়সৰ ঊৰ্ধৰ লগতে অসুস্থ ব্যক্তিৰ ঘৰে ঘৰে গৈ স্বাস্থ্যৰ বুজলৈ ভেকচিন প্ৰদান কৰা হৈছে।আনহাতে মধুমেহ ৰোগী, জ্বৰ হৈ ঘৰত বহি থকা ব্যক্তি সকলক( labotatory Technician) ভৱেশ শৰ্মা ৰ সহায়ত শৰীৰৰ উষ্ণতা ,ছুগাৰ পৰীক্ষা কৰি প্ৰথম পালি ভেকচিন প্ৰদান কৰা হৈছে। আজিলৈ দুয়ো পালি ধৰি সৰ্বমুঠ ৩৩৭০ জন হিতাধীকাৰীক ভেকচিন প্ৰদান সম্পূৰ্ণ কৰা হয়। ধনশ্ৰী চাহ বাগিছাৰ চিকিৎসালয়ৰ অঞ্চলৰ সকলো জনসাধাৰনক প্ৰথম পালি ভেকচিন ২১ নৱেম্বৰ ২০২১ ভিতৰত গ্ৰহণ কৰিবলৈ স্বাস্থ্যকৰ্মী সকলে আহবান জনাইছে। ধনশ্ৰী চাহ বাগিছাৰ চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকল ( বিচিত্ৰ ৰয় , ভৱেশ শৰ্মা , ৰঞ্জিত নাগ , কেৰলিন মচাহাৰি , সুবোধ গোৱা লা , হীৰা দৈমাৰী , হিৰামনি দৈমাৰী ,আলবিনা কছলা , মাধুৰী, আছিয়ানি, আৰু লুচিয় কীকেটাই ১০০% ভেকচিনেচন সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি থকা দেখিবলৈ পোৱা যায়। ধনশ্ৰী চাহ বাগিছাৰ চিকিৎসালয় অঞ্চলৰ ওচৰৰ লাইন নং ক্ৰমে ষ্টাফ লাইন, পথানি লাইন, বাইধৰ লাইন, দিমাচাং লাইন, বৰ্যুলী লাইন, বোম্বাই লাইন, ৫ নং লাইন, ৬ নং লাইন, ৭ নং লাইন, ১৮ নং লাইন আৰু ১৯ নং লাইন ৰ আশা কৰ্মী ক্ৰমে যশোদা পাইক, ৰিংকো সনাতন, অঞ্জু আৰু কেশৰী কলটা ক লগত লৈ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী laboratory Technician ভৱেশ শৰ্মা , এ এন এম হীৰা দৈমাৰী ঘৰে ঘৰে গৈ ভেকচিন প্ৰদান কৰা পৰিলক্ষিত হয়। স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে যথেষ্ট কষ্ট কৰা দেখিবলৈ পোৱা যায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- “খনিকৰ পুথি”ৰ বিষয়ে জানক…
- নিৰ্বাচনৰ আগদিনা বৰষুণ আহিলে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে হাতী; চৰকাৰৰ মুখলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে পথ-দলং…
- মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই অঘটন…
- ৰাজনৈতিক দলসমূহে ভোটাৰক প্ৰলোভিত কৰা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ…
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…
- ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…
- Oppo গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ ! ভিয়েটনামত ‘A’ ছিৰিজৰ সৈতে OPPO A60 স্মাৰ্টফোন মুকলি…
- জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক…
- বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে কোকৰাঝাৰখন পিছ পৰি ৰৈছেঃ মন্ত্ৰী পীয়ূষ হাজৰীকা…
- বৰপেটাত বিৰোধীৰ কোনো অস্তিত্ব নাই, ইয়াত বিৰোধীয়েও নাজানে তেওঁলোকৰ প্ৰাৰ্থী কোন, ফণীভূষণ চৌধুৰী অসমৰ ৰাজনীতিৰ ভীষ্ম, এগৰাকী সুদক্ষ ব্যক্তিঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা