কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সদৰ চহৰ পাৰ্শ্বৱৰ্তী অক্সিগুৰী গাঁৱৰ আনোৱাৰ হোসেন নামৰ এজন ই- ৰিক্সা চালক যোৱা ১২ নৱেম্বৰত নিৰুদ্দেশ হৈছিল ৷কিন্ত গোসাইগঁও মহকুমা আৰক্ষী বিযয়া সৌৰভ গুপ্তা আৰু গোসাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিযয়া অমৰ জ্যোতি বাইলুংয়ে অতি ক্ষীপ্ৰতাৰে অভিযান চলাই ২৪ ঘণ্টাৰ ভিতৰত মহকুমাখনৰ কায়ৰাবানীৰ পৰা নিৰুদ্দিষ্ট ই- ৰিক্সা চালকজনৰ মৃত দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷মহকুমা আৰক্ষী বিযয়া সৌৰভ গুপ্তা আৰু গোসাইগাঁও থানাৰ অ’ চি অমৰ জ্যোতি বাইলুংৰ কৰ্মদক্ষতাৰ প্ৰতি সন্মান জনাই আজি ৰাতিপূৱা দহ বজাত গোসাইগাঁও মহকুমা অটো চালক সন্হাই মহকুমা আৰক্ষী বিযয়াৰ বাংলাত উপস্থিত হৈ মহকুমা আৰক্ষী বিযয়া সৌৰভ গুপ্তা আৰু গোসাইগাঁও থানাৰ অ’ চি অমৰ জ্যোতি বাইলুংক ফুলাম গোমছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷সম্বৰ্ধনা জ্ঞাপনৰ অন্তত গোসাইগাঁও মহকুমা অটো চালক সন্হাৰ সভাপতি ফজৰ আলীয়ে সংবাদ মাধ্যমৰ আগত কয় যে নিৰীহ ই – ৰিক্সা চালকৰ মৃত দেহ উদ্ধাৰ কৰাৰ সমান্তৰালভাৱে ই – ৰিক্সা চালকৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাত আটো চালক সন্হাই আৰক্ষী প্ৰশাসনৰ বিয়য়া দুগৰাকীৰ প্ৰতি সন্তোষ্টি প্ৰকাশ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে বুলি জনায় ৷নৃশংসভাৱে হত্যা কৰা নিৰীহ ই – ৰিক্সা চালক জনৰ পৰিয়ালক যাতে অসম চৰকাৰ আৰু বি টি আৰ পৰিষদীয় চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে তাৰবাবে অটো চালক সন্হাৰ সভাপতি ফজৰ আলীয়ে বিনম্ৰ অনুৰোধ জনায় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…
- বিনন্দীয়া ধৰিত্ৰীত প্লাষ্টিকৰ প্ৰভাৱ…