গোৱালপাৰা জিলাৰ টিপলাইৰ সমীপৰ বৰপাথাৰ–বৰডোবা হাই স্কুল খেল পথাৰ প্ৰাঙ্গণত বৰপাথাৰ আঞ্চলিক জ্ঞানজ্যোতি ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হয় এখনি প্ৰাইজমনি ভলীবল খেল প্ৰতিযোগিতা | বিগত এসপ্তাহ পূৰ্বে অনুষ্ঠিত হোৱা ভলীবল প্ৰতিযোগিতা খনত অঞ্চলটোৰ আঠটা কৈ দলে যোগদান কৰে আৰু প্ৰতিযোগীতা খনৰ চূড়ান্ত খেল খন দেওবাৰে নিশাৰ ভাগত ভখুৰাদিয়া ভলীবল কোচিং চেন্টাৰ আৰু পাহাৰপাৰা এভাৰগ্ৰীণ দলৰ মাজত অনুষ্ঠিত হৈ যায় | তীব্ৰ উত্তেজনাপূৰ্ণ খেল খনত ভখুৰাদিয়া ভলীবল কোচিং চেন্টাৰ চেম্পীয়ন হয় | খেল খনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে পাহাৰপাৰা এভাৰগ্ৰীণ দলৰ ৰাকেশ বড়োয়ে | খেলৰ অন্তত সভাপতি ছফিজ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান কৰা হয় |সম্পাদক ছাহেৰ আলী শ্বেখে আঁত ধৰে সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলোৰ সম্বৰ্ধণা জনোৱা অনুষ্ঠানৰ | খেল খনত বৰপাথাৰ-বৰডোবা , জিবাৰাঙা , শালবাৰী , দিঘলী বড়ী আদি অঞ্চলৰ প্ৰায় চাৰি শতাধিক লোকৰ উপৰিও কেইবাগৰাকীও বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে |
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- লাহৰীঘাটত আৰ ডি মটৰ প্ৰাঃলিঃৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা
- ছ’ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰৰ বাঘিনী প্ৰসূতা সচেতনতা বৃদ্ধিৰ উপলক্ষে ” বিশ্ব প্ৰি এক্লেমচিয়া দিৱস” পালন
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি, জীয়াই থাকিবলৈ শিকক…
- এখন ফুলাম গামোচাৰ মূল্য ২ লাখ ৫ হেজাৰ! কি বিশেষ আছে ফুলাম গামোচাখনত…
- এনাজৰীৰ বান্ধোন, তুমি আৰু মই……
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি জীয়াই থাকিবলৈ শিকক…
- ধৈৰ্য আৰু সহনশীলতা: সুস্থ সমাজৰ অমোঘ অস্ত্ৰ…
- বকোৰ বৰুৱা বলিঝাৰৰ পথত একাঠু বোকা পানী ! নিৰ্লুপ্ত লোক নিৰ্মাণ বিভাগ…
- আৰন্যকৰ ১৬০ কিলোমিটাৰ চাইকেল ৰেলিৰ অন্ত পৰিল কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…
- চীনৰ ভাবুকিক প্ৰত্যাহ্বান! চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হব ফ্ৰণ্টিয়াৰ হাইৱে, লাভবান হ’ব অসম; ২০২৭ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য…