ওদালগুৰি জিলা টংলাথানা অন্তৰ্গত টংলা জলাহ পলাহগড়ৰ মহেন্দ্ৰ ডেকা আৰু সুশিলা ডেকাৰ একমাত্ৰ পুত্ৰ বিকাশ ডেকাই গুৱাহাটীলৈ যাও বুলি আলফাত যোগদান হোৱা খৱৰক লৈ বৰ্তমান বিকাশ ডেকাৰ ঘৰত শোকাকুল পৰিবেশ।প্ৰাপ্ত খৱৰ অনুসৰি টংলা থানাৰ অন্তৰ্গত জলাহ পলাগড়ৰ মহেন্দ্ৰ ডেকা আৰু সুশিলা ডেকাৰ একমাত্ৰ পুত্ৰ বিকাশ ডেকা গুৱাহাটীলৈ যাও বুলি যোৱা মঙলবাৰ ১৬ নৱেম্বৰ দিনাই ঘৰৰ পৰা ওলাই গৈছিল কিন্তু সেইদিনা ঘৰলৈ উভতি আহিব নোৱাৰো বুলি মাকক ফোন কৰিছিল যদিও পিছদিনা ১৭ নৱেম্বৰ দিনা ঘৰত আহিব বুলি মাকক কথা দিছিল কিন্তু সেইদিনাও ঘৰত নাহো বুলি ফোন কৰি তেনেকৈ প্ৰায় শুক্ৰবাৰ ১৯ নৱেম্বৰলৈ থাকিল তাৰ পিছত ফোন অফ ৰখাত পিতৃ মাতৃ চিন্তিত হৈ আছিল।তেনেতে দেওবাৰদিনা নিশা পৰিয়ালৰ সম্পৰ্কীয় এজন দদায়েকে আহি খৱৰটো পিতৃ মাতৃক দিয়া অনুসৰি বিকাশ ডেকা গুৱাহাটীলৈ যাও বুলি নাগালেণ্ডৰ মন জিলাত আলফাত যোগদান কৰিছে বুলি জানিব দিয়ে।ফলত নিৰক্ষৰ পিতৃ মাতৃ এতিয়া উপায়ন্তৰ হৈ পৰিছে, জুবিন বুলি কলে পাগল ফুল কুমলীয়া ২১ বছৰ বয়সীয়া বিকাশ ডেকা নম্ৰ সহনশীল দয়ালো অনবৰতে সংগীতৰ লগত জড়িত হৈ ভাল পোৱা বিকাশে ঢোল,গীতাৰ,গান গোৱাৰ ওপৰিও পবিত্ৰ ৰাভাৰ দাপোন গোষ্ঠীৰ লগত জড়িত আছিল। কিন্তু কি কাৰনত বিকাশ ডেকাই এনে পথ বাছি ললে সেয়া এক ৰহস্য জনক হৈ পৰিছে। সেয়েহে অসুখীয়া পিতৃ-মাতৃ পৰিয়ালটোৰ উপাৰ্জনৰ এক মাত্ৰ লৰা বিকাশ ডেকাক ঘূৰাই আনিবলৈ চৰকাৰক কৰজোৰে আহ্বান জনাইছে পৰিয়ালৰ লোকে
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…