মঙ্গলবাৰে ৰাতিপুৱা নলবাৰী জিলাৰ হোটেল প্ৰমোদা সমীপত এটা বনৰীয়া পৰিভ্ৰমী দুষ্প্ৰাপ্য হাঁহ এটি উদ্ধাৰ হয় । হোটেল প্ৰমোদাৰ সমীপত থকা ESAF Small finance Bank ৰ কৰ্মচাৰীয়ে এটি ড্ৰেইনত এই দুষ্প্ৰাপ্য বনৰীয়া হাঁহটো চটফটাই থকা প্ৰত্যক্ষ কৰে । লগালগ বেংকটোৰ কৰ্মচাৰীয়ে হাঁহটো ড্ৰেইনৰ পৰা উদ্ধাৰ কৰি বেংকৰ ভিতৰত লৈ আহি সুৰক্ষিত কৰি ৰাখে আৰু সংবাদ মাধ্যমৰ লগত বেংক কৰ্তৃপক্ষই যোগাযোগ কৰে । পিছত নলবাৰীৰ আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ পৰা এটি সজাতি দল উপস্থিত হৈ দুষ্প্ৰাপ্য বনৰীয়া হাঁহটো উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বন বিভাগৰ কাৰ্য্যালয়ত লৈ যায় । বন বিভাগৰ লোকে অনুমান কৰা অনুসৰি এই দুষ্প্ৰাপ্য হাঁহটো পৰিভ্ৰমী হয় আৰু উৰি আহি থাকোতে আঘাত প্ৰাপ্ত হৈ উক্ত অঞ্চলত পৰা থকা বুলি সন্দেহ ব্যক্ত কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ
- কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে প্ৰদৰ্শনী
- পাৰ্শ্বৱৰ্তী শ্ৰমিক ঐক্যমঞ্চৰ প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰৰ প্ৰগতি দুৱাৰ…
- জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছা ! সাত দিনীয়া শোক দিৱস অগপৰ…
- গোগামুখত জননেতা ভীমবৰ দেউৰী ১২১ সংখ্যক জন্মজয়ন্তী উদযাপন ! দেউৰী জাতীয় পৰিষদে ভীমবৰক লৈ নিৰ্মাণ কৰিব চলচিত্ৰ…
- কাজিৰঙাত গঁড় হত্যা প্ৰতিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন উচ্চস্তৰীয় বৈঠক…
- মুকালমুৱাৰ কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা…
- নাবালিকাক বাল্য বিবাহ কৰাই দিয়াৰ বাবে কাজী মুন্সী মুকবুল হুচেইনক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ
- বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সীতা নৱমী উদযাপন…
- গোলোকগঞ্জৰ হালাকুৰাত জুম্মাৰ নামাজৰ পিছতেই মাটিক লৈ দুই ফৈদৰ মাজত মাৰ পিটৰ ঘটনা…