সমগ্ৰ ৰাজ্যৰ লগতে আজি টীয়কৰ হোলোঙাপাৰ স্থিত জাতীয় বীৰ লাচিত মৈদাম প্ৰাংগনটো দিন যোৰা কাৰ্যসূচীৰে পালন কৰা হয় লাচিত দিৱস । পুৱা বন্তি প্ৰজ্বলন কৰি লাচিতৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণ কৰে যোৰহাট জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাসে ।ইয়াৰ পিছতে শ্বহীদ তৰ্পন কৰে লাচিত মৈদাম সংৰক্ষণ সমিতিৰ বিষয় ববীয়াই। কাৰ্যসুচিৰ লগত সংগতি ৰাখি এক চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰে । অনুষ্ঠিত প্ৰতিযোগিতা ভাগি হোলোঙাপাৰ জিলা পৰিষদৰ সভাপতি প্ৰণতি বৰপাত্ৰ গোহাঁইয়ে শুভাৰম্ভ কৰাৰ লগতে কাকজান মহাবিদ্যালয় সহযোগি অধ্যাপক তুফেল জিলানি,যোৰহাট জিলা বিজেপিৰ যুৱ মৰ্চা সম্পাদক আইচেং সন্দিকৈ, স্থানীয় শিক্ষক হীৰেন শৰ্মা,হৰেন বৰুৱা,মহেন্দ্ৰ গগৈ উপস্থিত থাকি সৌস্তব বৃদ্ধি কৰে । লগতে এই কাৰ্যসূচিত লাচিত সেনা ,আহোম সেনাকে ধৰি বিভিন্ন অনুষ্টান প্ৰতিষ্ঠানে সহযোগিতা আগবঢ়াই ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…