ভগৱান ৰামচন্দ্ৰ,সীতাদেৱী আৰু পবিত্ৰ ধৰ্ম গ্ৰন্থ ৰামায়ণক লৈ কিছুদিন পুৰ্ব উত্তৰাখণ্ডৰ ডেৰাডুনৰ নিৱাসী তথা কমেডিয়ান অভিনেতা বিৰ দাসে অশ্লীল মন্তব্য কৰাৰ বিৰুদ্ধে মঙলবাৰে ভাৰতীয় জনতা যূৱ মৰ্চাই সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সমান্তৰালভাৱে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চা সভাপতি সুৰেশ কলিতাও এখন এজাহাৰ দাখিল কৰে।এজাহাৰত উল্লেখ কৰা অনুসৰি কিছুদিন পুৰ্বে কমেডিয়ান অভিনেতা বিৰ দাসে আমেৰিকা’ত – Net flix web show ৰ এটা অনুষ্ঠানত ৰামচন্দ্ৰ,সীতাদেৱী আৰু পবিত্ৰ ধৰ্মগ্ৰন্থ ৰামায়ণৰ বিৰুদ্ধে অশ্লীল আৰু অশালীন মন্তব্য কৰা সমগ্ৰ ঘটনা চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছিল। ইফালে আজিৰ এই কাৰ্য্যসূচী অংশগ্ৰহণ কৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,যূৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ উপসভাপতি গৌতম কাকতী,বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হেমাংগ দাসসহ অৰ্ধশতাধিক যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…
- কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…
- আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বাবেই ৰাহুলে বাছি লৈছে ৰায়বৰেলী সমষ্টি, মোদীৰ কটাক্ষ…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- বয়সৰ পাৰ্থক্য ১৩ঃ টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেতা কুশাল টণ্ডন আৰু অভিনেত্ৰী শিৱাংগী যোশীৰ এংগেজমেণ্টৰ প্ৰস্তুতি…
- ২০২৪ চনৰ এপ্ৰিলত ঐতিহাসিক হাৰত জিএছটি সংগ্ৰহঃ জিএছটি সংগ্ৰহত ৰাজ্য অনুসৰি বৃদ্ধি আছিল লক্ষ্যণীয়…
- ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হুইটলে গ’ল্ড এৱাৰ্ডে আৰণ্যকৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ যাত্ৰাক সমৃদ্ধ কৰিছে…
- চালাড আৰু শাক-পাচলি খোৱাৰ আৰম্ভ কৰক ব্ৰেকফাষ্টত! ডায়েবেটিছৰ আশংকা কমিব…