হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙত ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰৰ উদ্যোগত লামডিঙ স্বহীদ ফিল্ডত চলি থকা নকআউট ফুটবল প্ৰাইজমাণী ও ৰানিং ট্ৰফীৰ প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন অনুষ্ঠিত কৰা হয়। দুপৰীয়া ভাগত ফুটবল খেলৰ চুড়ান্ত প্ৰতিযোগিতা কৰা হয়।ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন ছেলী ‘ছ কোচিন বনাম মিলন সংঘ দলৰ মাজত অনুষ্ঠিত কৰা হয়।মিলন সংঘ ফুটবল দলে ছেলী ছ কোচিন ছেন্ট্ৰাৰ ফুটবল দলক 3 – 2 গ’লত পৰাস্ত কৰে।চুড়ান্ত খেলখনৰ শুভ উদ্বোধন কৰে বিধায়ক শিবু মিশ্ৰ,। লগতে ফুটবল খেলৰ সামৰনি অনুষ্ঠানৰ বটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি খেলখনৰ মূখ্য অতিথিৰূপে খেলৰ শুভাৰম্ভ কৰে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ,লামডিঙ টাউন মণ্ডল বিজেপিৰ সভাপতি দেৱাশিস সেনগুপ্ত, মিৰা মিশ্ৰ, জয়ন্ত দাসৰ লগতে সমাজৰ বিশিষ্ট বিশিষ্ট ব্যক্তি। মানব দৰদী অনিমেষ মিশ্ৰ যুৱপ্ৰজন্মক খেল তথা সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ প্ৰয়াসেৰে এনেধৰনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- খোৱাৰ পিছতো ভোক লাগে নেকি? নিশ্চয় এই ৫টা ভুল কৰিছে…
- ভয়ংকৰ বতাহ-বৰষুণৰ সম্ভাৱনা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert, ক’ত, ক’ত হ’ব বৰষুণ…
- বিশ্ব হাঁহি দিৱসঃ হাঁহি থাকক, সুখত থাকক! সুস্থ হৈ থাকিবলৈ হাঁহিয়ে যথেষ্ট…
- চিপছ, বিস্কুট; মিঠাই নাখাব ৰাতিপুৱা! কাৰণ জানি লওক, নহ’লে প্ৰস্তাৱ…
- সৰুপথাৰত আদিবাসী জনজাতি ঐক্য মঞ্চ অসমৰ সভা…
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…