নিউজ ডেস্ক: দেৰগাঁও বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা তিনিবাৰৰ অগপৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীক গোলাঘাট জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তি সদৌ অসম এনৰেগা কৰ্মচাৰী উন্নয়ণ পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। সংগঠনটোৰ হৈ গোলাঘাট জিলাৰ কাৰ্য্যকৰি সভাপতি তথা কাকডোঙা উন্নয়ন খণ্ডৰ ঠিকাভিত্তি কৰ্মচাৰীৰ ইউনিয়নৰ সভাপতি নৱজ্যোতি বৰা, কাকডোঙা উন্নয়ন খণ্ডৰ ঠিকাভিত্তি কৰ্মচাৰীৰ ইউনিয়নৰ সম্পাদক ভাস্কৰ দাস, বিষয় ববীয়া বিজয় শৰ্মা, নয়ন জ্যোতি দাস উপস্থিত থাকে। বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীয়ে সংগঠনটোৰ সম্বৰ্ধনা গ্ৰহণ কৰি কয় যে-কাকডোঙা উন্নয়ণ খণ্ডৰ ঠিকাভিত্তি এনৰেগা কৰ্মচাৰী সকলক দাবী সমুহ চৰকাৰ দৃষ্টিগোচৰ কৰাৰ লগতে এজন জন প্ৰতিনিধি হিছাপে তেঁওলোকৰ সমস্যা সমুহ যথাযোগ্য স্থানত তথ্যসহ দাঙি ধৰাৰো আশ্বাস দিয়ে”। বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীক গোলাঘাট জিলাৰ কাৰ্যকৰী সভাপতি তথা কাকডোঙা উন্নয়ণ খণ্ডৰ ঠিকাভিত্তি কৰ্মচাৰী ইউনিয়নৰ সভাপতি নৱজ্যোতি বৰাই তেঁওলোকৰ সমস্যা সমুহৰ ওপৰত গুৰুত্ব দিয়া বাবে বিধায়ক জনক ধন্যবাদ জ্ঞাপন কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…